২৭ ডিচেম্বৰত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই অসমৰ সামাজিক ঐতিহ্য আৰু ইতিহাসক নাকচ কৰি অসমৰ থলগিৰি মুছলমান সম্প্ৰদায়ৰ অনুভূতিক তুচ্ছ-তাচ্চিল্য কৰি বাঘ হাজৰিকা আৰু আজান পীৰৰ গুৰুত্ব আৰু অবস্থিতিকে অস্বীকাৰ কৰি যি ঠেক সাম্প্রদায়িক বিভাজনমুখী মনোবৃত্তিৰ পৰিচয় দিছে
এই কার্যক গৰিহণা বাঘ হাজৰিকা গৱেষণা মঞ্চৰ
অসমৰ মুছলমান কোনো দিনাই জাতিদ্রোহী কামত লিপ্ত হোৱা নাই
অসমৰ পুৰণিকলীয়া সোনালী সম্প্রীতিৰ এনাজৰিডালত আজিও অসমীয়া মুছলমানে খামোচ মাৰি ধৰি আছে
W7s news গুৱাহাটী:
অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ২৭ ডিচেম্বৰত
অসমৰ সামাজিক ঐতিহ্য আৰু ইতিহাসক নাকচ কৰি অসমৰ থলগিৰি মুছলমান সম্প্ৰদায়ৰ অনুভূতিক তুচ্ছ-তাচ্চিল্য কৰি বাঘ হাজৰিকা আৰু আজান পীৰৰ গুৰুত্ব আৰু অবস্থিতিকে অস্বীকাৰ কৰি তেওঁ যি ঠেক সাম্প্রদায়িক বিভাজনমুখী মনোবৃত্তিৰ পৰিচয় দিছে তাক গৰিহণা দিছে বাঘ হাজৰিকা গৱেষণা মঞ্চই। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত মঞ্চৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত মঞ্চৰ হৈ মেহদী আলম বৰাই। তেওঁ লগতে কয়-
অসমৰ এহেজাৰ বছৰীয়া ঐতিহ্য বহনকাৰী থলগিৰি মুছলমান সমাজখনে অসমৰ জাতি গঠনৰ প্ৰক্ৰিয়াত মুছলমান সকলৰ অৱদান কিমান তাৰ প্ৰমাণ পত্র এনে এজন সাম্প্রদায়িক আৰু তুলুঙা মন্তব্য দিয়া মুখ্যমন্ত্ৰীৰ পৰা নিবিচাৰে। কাৰণ অসমৰ সৰ্বসাধাৰণ ৰাইজে আজি অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াত মুছলমান সকলৰ অৱদানক স্বীকৃতি দিছে। আজান পীৰ আৰু বাঘ হাজৰিকা আজি অসমীয়া সমাজজীৱনৰে নহয় সভ্যতাৰো সম্পদ। তেনে দুগৰাকী ঐতিহ্যবহনকাৰী মহা পুৰুষক কেৱল ধৰ্মৰ ঘৃণনীয় হিংসাৰে অস্বীকাৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই আজি ঠন ধৰি উঠা বৃহত্তৰ অসমীয়া জাতীয় জীৱন আৰু সভ্যতাক নস্যাৎ কৰিব বিচৰাৰ অৰ্থই হ'ল অসমৰ বাৰে বৰণীয়া সুষ্ঠ সমাজখনক ভাঙি দিয়াৰ ষড়যন্ত্ৰ কৰিছে। যিটোক আমি তীব্র ভাষাৰে নিন্দা কৰো। আজিৰ মুখ্যমন্ত্ৰীগৰাকী কালিলৈ অসমৰ মুখ্যমন্ত্রী হৈ নাথাকিবও পাৰে, কিন্তু আজান পীৰ আৰু বাঘ হাজৰিকা, অসমীয়া জাতীয় জীৱনৰ সম্পদহৈ আছিল, বর্তমানেও আছে আৰু ভৱিষ্যতলৈও থাকিব, তেওঁলোক চিৰস্থায়ী। বাঘ হাজৰিকাৰ শক্তি আৰু সাহসত অসমীয়া জাতিকে অনুপ্ৰেৰণা পায়। একেদৰে আজান পীৰৰ জিকিৰ-জাৰি গীত সমূহৰ মাজত উপাসনাৰ উৎস বিদ্যামান। যি অসমীয়া সংস্কৃতিৰ ঐতিহ্য আৰু পৰম্পৰাক সমৃদ্ধ কৰিছে। মুখ্যমন্ত্ৰীৰ সাম্প্রদায়িক তুলুঙা মন্তব্যই আজান পীৰ আৰু বাঘ হাজৰিকাক আমাৰ জাতীয় জীৱনৰ পৰা নিঃশেষ কৰিব নোৱাৰে আৰু তেনে অপচেষ্টা নকৰিবলৈ আমি মুখ্যমন্ত্রী হিমন্ত বিশ্বশর্মাক সঁকিয়াই দি ক'ব বিচাৰো যে জুইৰ লগত খেলিবলৈ গলে নিজৰ হাতো পুৰিব।মুখ্যমন্ত্ৰীয়ে আজান পীৰ আৰু বাঘ হাজৰিকা নাই বুলি কোৱাৰ সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল ধৰে।
২৭ ডিচেম্বৰত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই অসমৰ সামাজিক ঐতিহ্য আৰু ইতিহাসক নাকচ কৰি অসমৰ থলগিৰি মুছলমান সম্প্ৰদায়ৰ অনুভূতিক তুচ্ছ-তাচ্চিল্য কৰি বাঘ হাজৰিকা আৰু আজান পীৰৰ গুৰুত্ব আৰু অবস্থিতিকে অস্বীকাৰ কৰি যি ঠেক সাম্প্রদায়িক বিভাজনমুখী মনোবৃত্তিৰ পৰিচয় দিছে এই কার্যক গৰিহণা বাঘ হাজৰিকা গৱেষণা মঞ্চৰ অসমৰ মুছলমান কোনো দিনাই জাতিদ্রোহী কামত লিপ্ত হোৱা নাই. অসমৰ পুৰণিকলীয়া সোনালী সম্প্রীতিৰ এনাজৰিডালত আজিও অসমীয়া মুছলমানে খামোচ মাৰি ধৰি আছে। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত মঞ্চৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত মঞ্চৰ হৈ মেহদী আলম বৰাই। তেওঁ লগতে কয়-
অসমৰ এহেজাৰ বছৰীয়া ঐতিহ্য বহনকাৰী থলগিৰি মুছলমান সমাজখনে অসমৰ জাতি গঠনৰ প্ৰক্ৰিয়াত মুছলমান সকলৰ অৱদান কিমান তাৰ প্ৰমাণ পত্র এনে এজন সাম্প্রদায়িক আৰু তুলুঙা মন্তব্য দিয়া মুখ্যমন্ত্ৰীৰ পৰা নিবিচাৰে। কাৰণ অসমৰ সৰ্বসাধাৰণ ৰাইজে আজি অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াত মুছলমান সকলৰ অৱদানক স্বীকৃতি দিছে। আজান পীৰ আৰু বাঘ হাজৰিকা আজি অসমীয়া সমাজজীৱনৰে নহয় সভ্যতাৰো সম্পদ। তেনে দুগৰাকী ঐতিহ্যবহনকাৰী মহা পুৰুষক কেৱল ধৰ্মৰ ঘৃণনীয় হিংসাৰে অস্বীকাৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই আজি ঠন ধৰি উঠা বৃহত্তৰ অসমীয়া জাতীয় জীৱন আৰু সভ্যতাক নস্যাৎ কৰিব বিচৰাৰ অৰ্থই হ'ল অসমৰ বাৰে বৰণীয়া সুষ্ঠ সমাজখনক ভাঙি দিয়াৰ ষড়যন্ত্ৰ কৰিছে। যিটোক আমি তীব্র ভাষাৰে নিন্দা কৰো। আজিৰ মুখ্যমন্ত্ৰীগৰাকী কালিলৈ অসমৰ মুখ্যমন্ত্রী হৈ নাথাকিবও পাৰে, কিন্তু আজান পীৰ আৰু বাঘ হাজৰিকা, অসমীয়া জাতীয় জীৱনৰ সম্পদহৈ আছিল, বর্তমানেও আছে আৰু ভৱিষ্যতলৈও থাকিব, তেওঁলোক চিৰস্থায়ী। বাঘ হাজৰিকাৰ শক্তি আৰু সাহসত অসমীয়া জাতিকে অনুপ্ৰেৰণা পায়। একেদৰে আজান পীৰৰ জিকিৰ-জাৰি গীত সমূহৰ মাজত উপাসনাৰ উৎস বিদ্যামান। যি অসমীয়া সংস্কৃতিৰ ঐতিহ্য আৰু পৰম্পৰাক সমৃদ্ধ কৰিছে। মুখ্যমন্ত্ৰীৰ সাম্প্রদায়িক তুলুঙা মন্তব্যই আজান পীৰ আৰু বাঘ হাজৰিকাক আমাৰ জাতীয় জীৱনৰ পৰা নিঃশেষ কৰিব নোৱাৰে আৰু তেনে অপচেষ্টা নকৰিবলৈ আমি মুখ্যমন্ত্রী হিমন্ত বিশ্বশর্মাক সঁকিয়াই দি ক'ব বিচাৰো যে জুইৰ লগত খেলিবলৈ গলে নিজৰ হাতো পুৰিব।মুখ্যমন্ত্ৰীয়ে আজান পীৰ আৰু বাঘ হাজৰিকা নাই বুলি কোৱাৰ সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল
২৭ ডিচেম্বৰত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই অসমৰ সামাজিক ঐতিহ্য আৰু ইতিহাসক নাকচ কৰি অসমৰ থলগিৰি মুছলমান সম্প্ৰদায়ৰ অনুভূতিক তুচ্ছ-তাচ্চিল্য কৰি বাঘ হাজৰিকা আৰু আজান পীৰৰ গুৰুত্ব আৰু অবস্থিতিকে অস্বীকাৰ কৰি যি ঠেক সাম্প্রদায়িক বিভাজনমুখী মনোবৃত্তিৰ পৰিচয় দিছে ।
অসমৰ সামাজিক ঐতিহ্য আৰু ইতিহাসক নাকচ কৰি অসমৰ থলগিৰি মুছলমান সম্প্ৰদায়ৰ অনুভূতিক তুচ্ছ-তাচ্চিল্য কৰি বাঘ হাজৰিকা আৰু আজান পীৰৰ গুৰুত্ব আৰু অবস্থিতিকে অস্বীকাৰ কৰি তেওঁ যি ঠেক সাম্প্রদায়িক বিভাজনমুখী মনোবৃত্তিৰ পৰিচয় দিছে তাক গৰিহণা দিছে বাঘ হাজৰিকা গৱেষণা মঞ্চই। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত মঞ্চৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত মঞ্চৰ হৈ মেহদী আলম বৰাই। তেওঁ লগতে কয়-
অসমৰ এহেজাৰ বছৰীয়া ঐতিহ্য বহনকাৰী থলগিৰি মুছলমান সমাজখনে অসমৰ জাতি গঠনৰ প্ৰক্ৰিয়াত মুছলমান সকলৰ অৱদান কিমান তাৰ প্ৰমাণ পত্র এনে এজন সাম্প্রদায়িক আৰু তুলুঙা মন্তব্য দিয়া মুখ্যমন্ত্ৰীৰ পৰা নিবিচাৰে। কাৰণ অসমৰ সৰ্বসাধাৰণ ৰাইজে আজি অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াত মুছলমান সকলৰ অৱদানক স্বীকৃতি দিছে। আজান পীৰ আৰু বাঘ হাজৰিকা আজি অসমীয়া সমাজজীৱনৰে নহয় সভ্যতাৰো সম্পদ। তেনে দুগৰাকী ঐতিহ্যবহনকাৰী মহা পুৰুষক কেৱল ধৰ্মৰ ঘৃণনীয় হিংসাৰে অস্বীকাৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই আজি ঠন ধৰি উঠা বৃহত্তৰ অসমীয়া জাতীয় জীৱন আৰু সভ্যতাক নস্যাৎ কৰিব বিচৰাৰ অৰ্থই হ'ল অসমৰ বাৰে বৰণীয়া সুষ্ঠ সমাজখনক ভাঙি দিয়াৰ ষড়যন্ত্ৰ কৰিছে। যিটোক আমি তীব্র ভাষাৰে নিন্দা কৰো। আজিৰ মুখ্যমন্ত্ৰীগৰাকী কালিলৈ অসমৰ মুখ্যমন্ত্রী হৈ নাথাকিবও পাৰে, কিন্তু আজান পীৰ আৰু বাঘ হাজৰিকা, অসমীয়া জাতীয় জীৱনৰ সম্পদহৈ আছিল, বর্তমানেও আছে আৰু ভৱিষ্যতলৈও থাকিব, তেওঁলোক চিৰস্থায়ী। বাঘ হাজৰিকাৰ শক্তি আৰু সাহসত অসমীয়া জাতিকে অনুপ্ৰেৰণা পায়। একেদৰে আজান পীৰৰ জিকিৰ-জাৰি গীত সমূহৰ মাজত উপাসনাৰ উৎস বিদ্যামান। যি অসমীয়া সংস্কৃতিৰ ঐতিহ্য আৰু পৰম্পৰাক সমৃদ্ধ কৰিছে। মুখ্যমন্ত্ৰীৰ সাম্প্রদায়িক তুলুঙা মন্তব্যই আজান পীৰ আৰু বাঘ হাজৰিকাক আমাৰ জাতীয় জীৱনৰ পৰা নিঃশেষ কৰিব নোৱাৰে আৰু তেনে অপচেষ্টা নকৰিবলৈ আমি মুখ্যমন্ত্রী হিমন্ত বিশ্বশর্মাক সঁকিয়াই দি ক'ব বিচাৰো যে জুইৰ লগত খেলিবলৈ গলে নিজৰ হাতো পুৰিব।আজান পীৰ প্ৰসংগ১৬৬৭ খৃষ্টাব্দত বাগদাতৰ ছয় পৰা হাজাৰ কিলোমিটাৰো অধিক পথ খোজ কাঢ়ি অতিক্রম কৰি অসমলৈ আহি অসমৰ ভাষা, সংস্কৃতি, সংগীতক নিজৰ আপোন কৰি লৈ অসমৰ মাটি আৰু পানীৰ সৈতে একাকাৰ কৰি দি যি গৰাকী মহীষিয়ে অসমীয়া কাব্য সাহিত্যক নতুন মাত্রা প্রদান কৰি অসংখ্য জিকিৰ আৰু জাবি গীত লিখি থৈ গ'ল যাৰ বাবে আজানপীৰৰ নাম অসমীয়া সাহিত্য আৰু সংগীত জগতত সদায়ে জিলিকি থাকিল, তেনে এজন মহান পণ্ডিতক এজন মুখ্যমন্ত্রীয়ে তুচ্ছ তাচ্চিল্য কৰিব পাৰে, কিন্তু নিশেষ কৰিব নোৱাৰে। অসমৰ থলগিৰি মুছলমানে কোনো দিন আজান পীৰক শংকৰ দেৱৰ সমপৰ্যাৰ বুলি দাবী কৰা নাই। সাম্প্রদায়িক সমন্বয়ৰ অৰ্থবহন কৰিবলৈহে ১৯৬০ দশকৰ পৰা এচাম চিন্তাবিদে শংকৰ আজান শব্দ চয়নক ব্যৱহাৰ কবি আহিছে। কোনো সাম্প্রদায়িক অৰ্থত শংকৰ আজানৰ যুগ্ম নাম ব্যৱহাৰ কৰা হোৱা নাই আৰু নহ'বও। অসমত যিমান দিনলৈকে জিকিৰ আৰু জাৰি প্ৰচলন হৈ থাকিব সিমান দিনলৈকে আজান ফকীৰৰ নামো জীয়াই থাকিব। পাৰে যদি মুখ্যমন্ত্রী হিমন্ত বিশস্ব শর্মাই আজান পীৰে লিখা জিকিৰ আৰু জাবি সমূহৰ ওপৰত প্রতিবন্ধকতা লগাই দিয়ক। কাৰণ তেওঁ ক্ষমতা দখল আৰু ভোট আহৰণৰ স্বাৰ্থত যিকোনো পর্যায়ালৈকে নামি যাবলৈ কুণ্ঠাবোধ নকৰে।
বাঘ হাজৰিকাক বীৰ লাচিত সেনাৰ সমানে সমানে বীবব আসন প্রদান কৰিবলৈ অসমৰ থলগিৰি মুছলমানে কেকিয়াও কোনো পদক্ষেপ লোৱা নাই। কেরল বাঘ হাজৰিকাই শৰাইঘাটৰ ৰণত দেখুওৱা সাহস আৰু যুদ্ধৰ ৰণকৌশল ৰচনাত যি অৰিহণা যোগালে তাকহে অসমৰ থলগিৰি মুছলমানে স্মৰণ কৰি গর্ব অনুভব কৰে। সেইখিনিকে যদি বর্তমানৰ সাম্প্রদায়িক ভাবাপন্ন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সহ্য কৰিব পৰা নাই তেন্তে শিৱসাগৰ আৰু গুৱাহাটীত লাচিত বৰফুকনৰ কাষতে থকা দানিয়া মানুহজন, যাক বাঘ হাজৰিকা বুলি চিহ্নিত কৰা হৈছে সেই শিলৰ প্রতিমূর্তিটো বুলডজাৰ লগাই ভাঙি শৰাইঘাটৰ ৰণৰ নতুন মূল্যায়ন কৰক। লগতে অসমত থকা দ্বাদশ প্রজন্মৰ বাঘ হাজৰিকাৰ বংশধৰ বুলি দাবী কৰি কেইবাহাজাৰ লোকক গ্রেপ্তাৰ কবক। বাঘ হাজৰিকা বাস কৰা ঠিকনাক ইতিমধ্যে মছি পেলাবলৈ যত্ন কৰা হৈছেই। শিবসাগৰ জিলাৰ হাঁহচৰা অঞ্চলৰ গৰিয়াজানৰ কাষতে থকা হাৰিপাৰা গাঁৱত থকা (বর্তমান দয়া চাৰিআলি বুলি জনাজাত) বাঘধৰা পুখুৰীটো পুতি পেলোৱা হৈছেই। তাৰ লগতে থকা বাঘ হাজৰিকাৰ ঘৰৰ ভেটিটোক চৰকাৰে অধিগ্রহণ কৰি বাঘ হাজৰিকাৰ অন্তিম চিহ্নও মছি পেলাওক।
বুৰঞ্জীবিদ ড' সূর্য কুমাৰ ভূঞাই 'স্বর্গদেউ ৰাজেশ্বৰ সিংহ' নামৰ গ্রন্থ লিখিছে যে- 'খাম সিংহৰ আক্ৰমণৰ সময়ত উজনিত বাঘ হাজৰিকা নামেৰে এজন বীৰ পুৰুষ আছিল। তেওঁ সুদা হাতেনে বাঘ এটা কিলাই বধ কৰিছিল। সেই দেখি তেওঁ বাঘ হাজৰিকা নামেৰে প্রখ্যাত হৈছিল। এই বাঘ হাজৰিকাই মোগলৰ যুদ্ধ প্রণালী আব্ৰু কৌশল জানিছিল। তেওঁ লাচিত বৰফুকনৰ লগত থাকি মোগলৰ যুদ্ধ প্রণালীৰ সংকেত কোৱাত লাচিত বৰফুকনে মোগলৰ বিৰুদ্ধে যুদ্ধ কৰি বিদেশীক পৰাস্ত কৰিবলৈ সুবিধা পাইছিল।" তদুপৰি সূর্য কুমাৰ ভূঞাই Annals of the Delhi Badshahate নামৰ গ্রন্থব ২২৯ পৃষ্ঠাত লিখি গৈছে যে- "The Mohammedan Commander bagh Hazarika whose military genius was partly responsible for the success of Lachit barphukan's operation against Ram Singh" বুৰঞ্জীবিদ ভুবনচন্দ্র সন্দিকৈয়ে 'অসমৰ মুছলমান' নামৰ বুৰঞ্জীমূলক গ্রন্থখনিত লিখিছে- 'শৰাইঘাটৰ যুদ্ধত ইছমাইল চিদ্দিক নামৰ এজন পালি সেনাপতি আছিল। স্বর্গদেবে তেওঁৰ কামত সন্তুষ্ট হৈ 'বাঘ হাজৰিকা' উপাধি দিছিল। তেওঁৰ বংশধৰ 'জ্ঞানমালিনী' কবিতা পুথিৰ ৰচক ডিব্ৰুগড় চহৰৰ মফিজুদ্দিন আহমদ হাজৰিকা।'তদুপৰি কলিয়াবৰ ৰণত লাইধন খাঁ নামৰ এজন বণুবাই মোগলৰ বিৰুদ্ধে বৰ বিক্ৰমেৰে যুঁজ কৰিছিল। তেওঁৰবংশধৰ সাহিত্যিক ইব্রাহিম আলী বুলি জনা যায়। 'হাঁহচৰা অতীত বোমছন' নামৰ প্রবন্ধটিত দিখৌপৰীয়া হাঁহচৰা বুৰঞ্জীৰ লেখক তুলন গোহাঁই ডাঙৰীয়াই হাঁহচৰা হাইস্কুলৰ সোণালী জয়ন্তী স্মৰণিকাত বীৰ বাঘষৰ। সম্বন্ধে এনেদৰে উল্লেখ কৰিছে- বীৰ বাঘধৰা মান ডগনৰ আগলৈকে হাঁহচৰাৰ হাৰিপাৰাৰ দৰিকা দাঁতিৰ এখন মুছলমান গাঁৱত আছিল। চুকৰ পথাৰ পশ্চিম চুকত থকা গড়িয়াজান মছজিদৰ ভেটি, এটা পার্টনাদ আঞ্চ ভালেমান ঘৰৰ ভেটিৰ চিনবোৰেই সেই কালৰ জলন্ত সাক্ষী। শৰাইঘাটৰ যুদ্ধৰ প্রস্তুতি চলি থকাৰ সময়ত এদিন এই গাঁৱৰ এজন বাহুবলী ডেকাই গাঁৱত সোমাই ত্রাসৰ সৃষ্টি কৰা ডাঙৰ বাঘ এটা সুদা হাতেৰে ধৰি বান্ধি পেলাইছিল। মানুহজনৰ নাম আছিল মহম্মদ ইছমাইল ছিদ্দিক। সেইদিন ধৰি তেওঁৰ নতুন নাম বাঘধবা হ'ল। কথা বুলিলে বতাহ। বতৰা গৈ গড়গাঁও পালেগৈ। স্বর্গদেউ চক্রকাজ সিংহই বাঘববাক মাতি নি হেজাৰ পাইকৰ ওপৰত হাজৰিকা পাতি আৰু পালি সেনাপতিৰো বাব দি লাচিত বৰফুকনৰ লগত শৰাইঘাট যুদ্ধলৈ পঠালে। ১৫৮৭ শকৰ ভাদ মাহৰ এটা শুভক্ষণত গড়গাঁৱৰ পৰা যাত্রা কথা এক লাখ যাঠি হেজাৰ সৈনাখ দলটোরে বাহবাৰীত থকা চৈয়দ চানাৰ শিবিৰ ওফবাই ক্রমান্বয়ে কাজলীৰ শিৰিবো বংংস কৰি স্থাটাখুলি পালেগৈ। আহোম যুগৰ ইটাখুলি আগৰ অস্তাচল এতিয়াৰ শুল্লেখব। এই টিলাতে মোগলে আগৰে পৰা শাৰী
ছিহাবুদ্দিন তালিচে আক্ষেপ কৰি লিখিছিল- "পূর্বে হোৱা যুদ্ধ-বিগ্রহত বন্দী কৰা ভালেমান মুচলমান আসমত বিয়া-বাৰু কৰি বাস কৰি আছে। তেওঁলোকৰ সতি সন্ততি সকলৰ কার্যকলাপ অবিকল অসমীয়াৰ দৰেই আৰু নামৰ বাহিৰে ইছলামৰ কোনো চিনচাবেই তেওঁলোকৰ গাত নাই। মুছলমানৰ লগত সঙ্গতি ৰক্ষাৰ প্ৰতি তেওঁলোকৰ হাবিয়াস অতি কম, অসমীয়াৰ লগত মিলিবলৈহে তেওঁলোকৰ ধাউতি বেছি” (স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ পৃঃ ১৭০)। এনে ধৰণৰ কথা ভুবনচন্দ্র সন্দিকৈৰ 'অসমৰ মুছলমান' নামব গ্রন্থখনিতো পোরা যায়। স্বনামধন্য সাহিত্যিক হোমেন বৰগোহাঁইঞদেবে ২১ জানুৱাৰী, ২০১৭ চনৰ 'নিয়মীয়া বার্তা' নামৰ দৈনিক কাকত খনত প্রকাশিত 'হিন্দুত্ব বক্ষাকর্তাৰ ভূমিকাত লাচিত বৰফুকন' নামৰ লিখনিত লিখিছে 'লাচিত বৰফুকনৰ সময়ত 'অসমীয়া' শব্দটো ব্যবহৃত হোৱা নাছিল। তথাপি ক'ব পাৰি যে তেওঁ আছিল 'অসমীয়াত্ব'ৰ ৰক্ষক। সেই অসমীয়াত্বৰ আন এজন ৰক্ষক আছিল লাচিত বৰফুকনৰ এজন বিশ্বস্ত সেনাপতি ইছমাইল ছিদ্দিক ওৰফে বাঘ হাজৰিকা। সেই সময়ত অসমীয়া হিন্দু আৰু মুছলমান একাকাৰ হৈ এটা নতুন ঐক্যবদ্ধ জাতিত পৰিণত হৈছিল। এই কথাটোও ভুল যে লাচিত বৰফুকনে কেবল আহোম সেনাক নেতৃত্ব দিছিল। তেওঁ নেতৃত্ব দিছিল অসমীয়া সেনাক। আহোম ৰজাসকলে বাছি বাছি কেবল আহোমক সেনাবাহিনীত নেতৃত্ব দিয়া নাছিল। ইছমাইল ছিদ্দিক লাচিত বৰফুকনৰ প্ৰধান সহকাৰী হ'ব পৰাটোৱেই হ'ল তাৰ আটাইতকৈ ডাঙৰ প্রমাণ।"অসমৰ মুছলমান কোনো দিনাই জাতিদ্রোহী কামত লিপ্ত হোৱা নাই। অসমৰ পুৰণিকলীয়া সোনালী সম্প্রীতিৰ এনাজৰিডালত আজিও অসমীয়া মুছলমানে খামোচ মাৰি ধৰি আছে। কিন্তু এচাম স্বার্থলোভী সাম্প্রদায়িক ৰাজনীতিকৰ অপচেষ্টাত আজিৰ মুছলমান সমাজক এঘৰীয়া কৰি ৰখাৰ অহৰহ প্ৰচেষ্টা চলি আছে। শেহতীয়াভাবে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সাম্প্রদায়িক মনোভারেবে বাঘ হাজৰিকা অসমত কোনোদিনেই নাচিল বুলি কৰা উক্তিক আমি নাকচ কৰি ক'ব খোজো যে তেওঁ অসমৰ এখন বিশ্ববিদ্যালয়ৰ অধীনত কেইজনমান স্বীকৃত বুৰঞ্জীবিদৰে এখন গৱেষণা সমিতি গঠন কৰি দি তেওঁলোকৰ দ্বাৰা বাঘ হাজৰিকা আছিল নে নাই সেই বিষয়ে অধ্যয়ন কৰাওক। তেখেতে এনেদৰে আঁহফলা কথাৰে শেষ মতামত নিদিবলৈ আমি তেওঁক অনুকিয়াই দিলো।'
সংবাদ মেলত জাৰিদ হুছেইন,
মুস্তাক গোলাম ওছমানী'
কাজী নেকিব আহমেদ,
অধ্যাপক ড° পয়নুৰুদ্দিন আহমেদ,আব্দুল মুন্নাফ,
অধিবক্তা খবিৰউদ্দিন আহমেদ আদি উপস্থিত থাকে।

No comments:
Post a Comment