ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 13 September 2025

ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী


 

W7s news গুৱাহাটী: গুৱাহাটীৰ খানাপাৰাস্থি পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে। তেওঁ ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে। তেওঁ লগতে১২০০ শিল্পীয়ে পৰিৱেশন কৰে সুধাকণ্ঠৰ কালজয়ী গীতৰ উচ্চ প্ৰশংসা কৰে। তেওঁ সুধাকণ্ঠৰ স্মৃতিত ১০০ টকীয়া মুদ্ৰা মুকলি কৰে। ভূপেন হাজৰিকাক সুঁৱৰি ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয়- ‘অসমে সকলোতে ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিছে’। গোষ্ঠী সংঘৰ্ষৰ পাছত মণিপুৰত প্ৰথমবাৰলৈ মোদী গৈ সংঘৰ্ষজৰ্জৰ মণিপুৰলৈ ৭,৩০০ কোটিৰ প্ৰকল্প ঘোষণা কৰে। দেশৰ ৰে’ল মানচিত্ৰত অন্তৰ্ভুক্ত হ’ল মিজোৰাম।কাইলৈ মঙলদৈ, নুমলীগড়ত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী আছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here