বিশ্বপৰিৱেশ দিৱস বিষ্ণুপুৰ মণ্ডল কেচি দাস কমাৰ্চকলেজৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 6 June 2025

বিশ্বপৰিৱেশ দিৱস বিষ্ণুপুৰ মণ্ডল কেচি দাস কমাৰ্চকলেজৰ

 


W7s news গুৱাহাটীঃ ভাৰতীয় জনতা পাৰ্টিৰ বিষ্ণুপুৰ মণ্ডল আৰু কেচি দাস কমাৰ্চকলেজৰ উদ্যোগত বিশ্বপৰিৱেশ দিৱস আৰু এক পেড় মা কে নাম কাৰ্য্যসূচী পালন কৰে ৷ বিষ্ণুপুৰ মণ্ডল উদ্যোগত আৰ জি বৰুৱা কলেজৰ সমীপত শ্বদীদ বেদী উদ্যানত বৃক্ষৰোপন কৰে মণ্ডলৰ সভাপতি ৰাজীৱ দাস ৰাজ্যিক সমিতিৰ কাৰ্যনিৰ্বাহক  অশোক ভৰাঁলী   

উপসভাপতি অৰুপ গোস্বামী ইভা মণ্ডল ২১ নং ৱাৰ্ডৰ পাৰিষদ সন্দীৱ দেৱ’ সাধাৰণ সম্পাদক বাবুল ৰাজবংশী’পৰিক্ষীত ভট্ৰাচাৰ্য সমপাদক ভৰত দাস’ ৰাজু কোকৰেঝা’ ধন ভৰালী শুভ্ৰজোতি সৰকাৰ আৰু শত্ৰুঘ্ন চৌহান’ৰ উপৰিও ৮৪ নং বুথৰ সভাপতি এ পি লাইডু ৭৪নং বুথৰ সভানেত্ৰী পল্লৱী দাস ’৭২নং  বুথৰ সভানেত্ৰী মিঠু দাস ৭৩নং বুথ সভানেত্ৰী নিশা বাল্মীকি’ৰ উপৰিও মণ্ডলৰ আটাইকেইটা ৱাৰ্ডৰ বুথৰ জৰিয়তে বৃক্ষৰোপন কৰা হয় ৷  লগতে কেচি দাস কমাৰ্চ কলেজৰ উদ্যোগত ছাত্ৰীবাৰী   আৰৱান বুনিয়িদী  বিদ্যালয়ৰ বাকৰিত কেচি দাস কমাৰ্চ কলেজৰ এক শোভাযাত্ৰাৰে বৃক্ষৰোপন কৰে অধ্যক্ষ ড°হৃীশিকেশ বৰুৱা’  অধ্যাপক ড° উপসনা চক্ৰৱৰ্তী“নিলাক্ষী কলিতা’ কল্পনা দত্ত ধৰ সুচাৰী বৰুৱা’ৰ লগতে কলেজৰ ছাত্ৰ ছাত্ৰী আৰু চৰকাৰী আৰবান বুনিয়াদী বিদ্যালৰ অবসৰ প্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী প্ৰতিমা দেৱী গোস্বামী প্ৰধান শিক্ষয়িত্ৰী’ৰ সহযোগত সুচাৰুৰূপে পালন কৰে ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here