W7s news গুৱাহাটী : সৈনিকশিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ সংগ্ৰামী সতীৰ্থ বিপ্লৱী সত্তা গোপাল দাসৰ স্মৃতি দিৱস মঙলবাৰে ছাত্ৰবাৰী গোপাল মেনচনত আবেলি ৪-০০ বজাত অনুষ্ঠিত সভাত আৰম্ভণিতে মধ্যগুৱাহাটী স্বৰ্ণশাখা সাহিত্য সভাৰ মহিলা সদস্য সকলে সমবেত সংগীত পৰিবেশন কৰে ৷ সভাত মুখ্যঅতিথি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেবজি্ৎ বৰা উপস্থিত থকাৰ ওপৰিও বিশিষ্ট অতিথি কবি মিহিৰ কুমাৰ বৰুৱা অসম সাহিত্য সভাৰ প্ৰশাসনীয় সম্পাদক সঞ্জীৱ কুমাৰ শৰ্মা অসম সাহিত্য সভাৰ সাংস্কৃতিক উপসমিতি উপসভাপতি ৰুমী ভুঞা বিশিষ্ট লেখক অনিল কলিতা আৰু কন্দৰ্প কুমাৰ শৰ্মা সাংস্কৃতিক উপসমিতিৰ আহ্বায়ক মাৰুফ হুছেইন গোপাল স্মৃতিৰক্ষা সমিতিৰ সভাপতি হুমায়ুন চৌধুৰীয়ে সাৰুৱা ভাষনৰ লগতে গীত পৰিবেশন কৰে ৷ স্মৃতিৰক্ষা সমিতিৰ সম্পাদক অনিল ডেকা অনুষ্ঠানৰ আঁত ধৰে ৷কন্দৰ্প কুমাৰ শৰ্মাৰ প্ৰণিতা কাকতি মধ্যগুৱাহটী স্বৰ্ণশাখা সাহিত্য সভাৰ সভাপতি প্ৰমোদ চন্দ্ৰ ঠাকুৰীয়া সম্পাদক কমল চন্দ্ৰ লহকৰ উপস্থিত থাকে ৷ লগতে গীত পৰিবেশন কৰে মলয়া ভৰালী প্ৰণিতা তালুক দাৰ তুলিকা লহকাৰ আৰু কবিতা আবৃত্তি কৰে লহকৰে ৷ গোপাল দাসৰ প্ৰতিকৃতিত মাল্যপৰ্ণ আৰু বন্তি প্ৰজ্বালন কৰে গোপাল দাসৰ জ্যেষ্ঠ পুত্ৰ অপুৰ্ব দাস আৰু কবি মিহিৰ কুমাৰ বৰুৱাই বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বালন কৰে গোপাল দাস কনিষ্ঠ জোঁৱা
ই বাবুল ৰাজবংশীয়ে৷বিশেষ ভাবে সহায় কৰে শুভ্ৰজোতি সৰকাৰ মিঠু দাস পল্লৱী দাস অদিতি দত্তই ৷ গণেশগুৰিৰ মহিলা দল প্ৰণতি বৈশ্যৰ সংগীসকলৰ থিয় নাম পৰিবেশন কৰে I শলাগৰ আগবঢ়াই বিশিষ্ট কবি লেখক তথা অনিল সম্পাদক অনিল ডেকাই ৷
ই বাবুল ৰাজবংশীয়ে৷বিশেষ ভাবে সহায় কৰে শুভ্ৰজোতি সৰকাৰ মিঠু দাস পল্লৱী দাস অদিতি দত্তই ৷ গণেশগুৰিৰ মহিলা দল প্ৰণতি বৈশ্যৰ সংগীসকলৰ থিয় নাম পৰিবেশন কৰে I শলাগৰ আগবঢ়াই বিশিষ্ট কবি লেখক তথা অনিল সম্পাদক অনিল ডেকাই ৷
No comments:
Post a Comment