W7s news,,গুৱাহাটী, ১৭ মে': "পুৰেজেণ্টো: খুছিয়ন কি উপহাৰ গিফটিং" নামৰ প্ৰিমিয়াম ড্ৰাই ফ্ৰুটছ আৰু গিফ্টিং ষ্ট'ৰ এতিয়া গুৱাহাটীত মুকলি হৈছে, য'ত আপোনজনৰ বাবে স্বাস্থ্যসন্মত আৰু সুস্বাদু উপহাৰৰ বিস্তৃত বিকল্প উপলব্ধ। গুৱাহাটীৰ ভঙাগড়ৰ ৰুদ্ৰাক্ষ মলৰ ওচৰত অৱস্থিত পুৰেজেণ্টো ষ্ট’ৰটো
ছ’চিয়েল মিডিয়াৰ ইনফ্লোঁচৰ পয়েল জৈনে প্ৰতিষ্ঠাপক অভিষেক আগৰৱাল, শ্ৰুতি আগৰৱাল, পৱন আগৰৱাল, ৰাজনী আগৰৱালকে ধৰি বিশিষ্ট ব্যক্তিৰ উপস্থিতিত উদ্বোধন কৰে।
এই উপলক্ষে ভাষণ প্ৰদান কৰি অভিষেক আগৰৱালে কয় যে পুৰেজেণ্টো হৈছে জাপানী ভাষাৰ এটা শব্দ, যাৰ অৰ্থ হৈছে 'উপহাৰ'।" পুৰেজেণ্টো ষ্ট’ৰত ড্ৰাই ফ্ৰুটছ, চকলেট, বাকলাভা আৰু খেজুৰ, মাউথ ফ্ৰেছনাৰ, বিবাহ বক্স, ৰিটাৰ্ণ গিফ্ট বক্স, ৰুম হেম্পাৰ, আৰু বহুতোকে ধৰি প্ৰিমিয়াম সামগ্ৰী উপলব্ধ হৈছে।'
যুৱ মহিলা উদ্যোগী শ্ৰুতি আগৰৱালে লগতে কয়, "আমি স্নেকিবলছ, ধনঞ্জয় চানা এণ্ড চিকি, স্লিপি আউল কফি, জয়স্পুন মাউথ ফ্ৰেছনাৰ, মণ্টএনমেন কম্বুচা, আৰু নাম নাম ফুড- চীজ কেকৰ দৰে বিখ্যাত ব্ৰেণ্ডসমূহৰ বৈশিষ্ট্য প্ৰদান কৰি পুৰেজেণ্টো উৎসাহিত হৈছো 'আমি যিকোনো অনুষ্ঠানতে উপহাৰ দিয়াৰ বাবে বাল্ক অৰ্ডাৰ গ্ৰহণ কৰো কাৰণ আমাৰ হাতত ১৫০ অধিক ধৰণৰ গিফ্ট হেম্পাৰ আছে আৰু প্ৰায় ৩০০ টা স্বাস্থ্যসন্মত খাদ্য সামগ্ৰী আছে।
পুৰেজেণ্টো ৰ সৈতে উপহাৰ দিবলৈ সাজু হওক!
No comments:
Post a Comment