অসম তথা ভাৰতবাসীৰ বাবে এটা ভাল খবৰ।সকলোৰে পৰিচিত হোজাই জিলাৰ এগৰাকী সুসন্তান, আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্যৱসায়ী.বিশিষ্ট সমাজ সেৱক, আনফৰ ফাউণ্ডেশ্যনৰ মুখ্য পৃষ্ঠপোষক. তথা অসম ৰাজ্যিক জমীয়ত উলামৰ সন্মানীয় সভাপতি মৌলানা মোস্তাক আনফৰ চাহাবে সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে।
ভাৰতৰ নিটি আয়োগ (NITI Aayog) আৰু ministry of MSME under government য়ে সামাজিক কাম আৰু গৱেষণাৰ বাবে মৌলানা মোস্তাক আনফৰ চাহাবৰ অসাধাৰণ কৃতিত্বৰ স্বীকৃতি স্বৰূপে এই সন্মানীয় ডক্টৰেট ডিগ্ৰী তেখেতলৈ বনিৰ্বাচন কৰিছে বুলি ইতিমধ্যে ঘোষণা কৰিছে।
সমাজৰ বাবে অতি কঠোৰ পৰিশ্ৰম আৰু উৎকৃষ্টতাৰ ওপৰত আলোকপাত কৰি আনফৰ চাহাবৰ সামাজিক কামৰ সাফল্যক ভাৰত চৰকাৰে সন্মান জনাইছে ।
ভাৰত চৰকাৰৰ দ্বাৰা সামাজিক কাম আৰু গৱেষণা উপস্থাপনৰ ওপৰত Noble Doctorate award আৰু Phd certificate প্ৰদান কৰে ৰাজ্যিক জমিয়তৰ উলমাৰ সন্মানীয় সভাপতি মৌলানা মোস্তাক আনফৰ চাহাবলৈ।
সমূহ অসমবাসীৰ লগতে প্ৰত্যেক গৰাকী জমিয়ত কৰ্মী আজি আনন্দিত ও গৌৰৱান্বিত ।
সন্মানীয় ডক্টৰ মৌলানা মোস্তাক আনফৰ চাহাবলৈ তেখেতৰ সাফল্যক সন্মান জনাই সন্মানীয় ডক্টৰেট বঁটা আৰু PHD certificate পোৱাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে অসম ৰাজ্যিক জমিয়ত উলামাৰ নেতৃবৃন্দই..
No comments:
Post a Comment