সত্যনাথ বৰা হলত প্ৰাক দুৰ্গা পূজা মেলা - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Tuesday, 10 September 2024

demo-image

সত্যনাথ বৰা হলত প্ৰাক দুৰ্গা পূজা মেলা

Responsive Ads Here

 



W7s news ,গুৱাহাটী: গুৱাহাটীৰ দীঘলীপুখুৰীৰ সমীপত সত্যনাথ বৰা হলত ১৩-১৪ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব।

IMG_20240911_090849

প্ৰাক দুৰ্গা পূজা মেলা। এই মেলাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰাক্তন সাংসদ কুইন ওজা। দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'বলগীয়া মেলাখন পুৱা ১০ বজাৰ পৰা নিশা ৮ বজালৈ মুকলি থাকিব। এই মেলাখন ১৩ ছেপ্টেম্বৰৰ পুৱা ১১ বজাত অনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। তাৰপাছত এখন সংবাদ মেল অনুষ্ঠিত হ'ব।

আন্তঃৰাষ্ট্ৰীয় মেগা নেটৱৰ্কছ আয়োজন কৰা এই প্ৰদৰ্শনী আৰু বিক্ৰীমেলাত সকলোৰে উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *