খানাপাৰা স্থিত ইউএছটিএমৰ প্রক্ষাগৃহত অসমৰ লগতে ভিউত্তৰপূৰ্বাঞ্চলৰ শ্বহীদৰ পৰিয়ালৰ সদস্য উপস্থিত থাকে।
কাৰ্গিল যুদ্ধৰ ২৫তম বৰ্ষ উপলক্ষে কাৰ্গিল যুদ্ধত প্ৰাণ আহুতি দিয়া শ্বহীদৰ পৰিয়ালক বিশেষ সম্বৰ্ধনাৰ লগতে এখনি স্মাৰক পত্ৰৰ লগতে এঘাৰ হাজাৰ টকাকৈ বৰঙণি আগবঢ়োৱা হয়।
6উক্ত অনুষ্ঠানত উপস্থিত থাকে এলেন গুৱাহাটীৰ পৰিচালক ৰাজেশ মহেশ্বৰীৰ লগতে কাৰ্গিল যোদ্ধা পৰম বীৰ চক্ৰ প্ৰাপক মেজৰ যোগেন্দ্ৰ সিং যাদৱ।
No comments:
Post a Comment