জালাল খেদমত আল ইনছান ফাউণ্ডেচনৰ উদ্যোগত প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ এপিজে আব্দুল কালামৰ নৱম মৃত্যু বাৰ্ষিকী পালন... - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Sunday, 28 July 2024

demo-image

জালাল খেদমত আল ইনছান ফাউণ্ডেচনৰ উদ্যোগত প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ এপিজে আব্দুল কালামৰ নৱম মৃত্যু বাৰ্ষিকী পালন...

Responsive Ads Here

 

IMG-20240728-WA0006

IMG-20240728-WA0008


প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মিছাইল মেন ডাক্টৰ এপিজি আব্দুল কালামৰ এগৰাকী গুণমুগ্ধ অনুৰাগী, যাৰ লক্ষ্য উদ্দেশ্য হৈছে কালামৰ আদৰ্শ গোটেই পৃথিৱীতে বিয়পাই দিয়াৰ লগতে নৱ প্ৰজন্মক কালামৰ আদৰ্শৰে অনুপ্ৰাণিত কৰা।


তেওঁ হৈছে ত্ৰিপুৰাৰ উদয়পুৰ ছাতাৰীয়াৰ বাসিন্দা তথা জালাল খেদমত আল ইনছান ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক আলী আশ্ৰব মিঞা ওৰফে জালাল মিঞা।


তেওঁ প্ৰতি বছৰে ডক্টৰ কালামৰ জন্ম-মৃত্যু জয়ন্তী পালন কৰি আহিছে। এইবেলি ও তেওঁ যোৱা ২৭ জুলাই তাৰিখে ৰাজধানী দিল্লীৰ পাহাৰগঞ্জত ডক্টৰ কালামৰ নৱম মৃত্যু বাৰ্ষিকী পালন কৰে।


মৃত্যু বাৰ্ষিকী পালনত ব্যাপক সঁহাৰি জনায় অঞ্চলটোৰ জনসাধাৰনে।।


উল্লেখ্য যে জালাল মিঞাই কাশ্মীৰৰ পৰা কণ্যাকুমাৰীলৈ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ বিভিন্ন কামৰ সৈতে সংগতি ৰাখি  অনুষ্ঠান অনুষ্ঠিত কৰাৰ এক পৰিকল্পনা হাতত লৈছে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *