অনুসূচীত জাতি-জনজাতিৰ লগতে অন্যান্য পিছপৰা দলিতৰ বাবে অসম ভীম সেনা নামেৰে নতুন সংগঠনৰ জন্ম.. - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Wednesday, 8 May 2024

demo-image

অনুসূচীত জাতি-জনজাতিৰ লগতে অন্যান্য পিছপৰা দলিতৰ বাবে অসম ভীম সেনা নামেৰে নতুন সংগঠনৰ জন্ম..

Responsive Ads Here

 অসমৰ অনুসূচীত জাতি,জনজাতি,অন্যান্য পিছপৰা শ্রেণীৰ সামূহিক উন্নতি, সমবিকাশ,সম অধিকাৰ স্বাৰ্থত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়।



সভাত বিশিষ্ট অতিথি হিচাপে আসন গ্ৰহণ কৰে গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ অধিবক্তা দেৱ কুমাৰ দাস, অৱসৰ প্ৰাপ্ত উপায়ুক্ত ভূপেন্দ্ৰ নাথ দাস, সাহিত্যক লেখক,বিশিষ্ট সমাজ সেৱক সোনমনি দাস, বিশিষ্ট সমাজসেৱক ৰেঞ্জাৰ টাইয়ে,বিশিষ্ট সমাজসেৱীকা মিনু বৰা, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্রাক্তন প্ৰচাৰক স্বপন দাস আৰু বিনোদ পেগু।



আজি সভাত নতুন কমিটি গঠন কৰি সকলোৱে নিজৰ পদবী সন্মানেৰে গ্ৰহণ কৰে।


নতুন কমিটিত মূখ্য উপদেষ্টা পদত আছে ভূপেন্দ্ৰ নাথ দাস,

উপদেষ্টা সোনমনি দাস,মিনু বৰা,ৰেঞ্জাৰ টায়ে,ৰূপজ্যোতি বুঢ়াগোহাঁই।


আইন উপদেষ্টা মাধৱ দাস ,ভাস্কৰজ্যোতি দাস।

IMG-20240508-WA0045

ৰু বহুত পদবী দায়িত্ব লৈ নতুন কমিটি গঠন কৰা হয়।সভাত সন্মানীয় ব্যক্তি সকলে বিভিন্ন জাতি জনজাতিৰ আৰু নতুন সংগঠন ভীম সেনাৰ ওপৰত মন্তব্য আগবঢ়াই।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *