কেচি দাস কমাৰ্চ কলেজত দুৰ্যোগ সজাগত প্ৰশিক্ষণ কাৰ্যসূচী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 29 May 2024

কেচি দাস কমাৰ্চ কলেজত দুৰ্যোগ সজাগত প্ৰশিক্ষণ কাৰ্যসূচী

 




W7s news গুৱাহাটী ':গুৱাহাটীৰ কেচি দাস কমাৰ্চকলেজত বুধবাৰে কেচিদাস কমাৰ্চকলেজ আৰু চিভিল ডিফেন্সৰ উদ্যোগত গুৱাহাটী পৌৰনিগমৰ সহযোগত   ছাত্ৰ -ছাত্ৰী আৰু স্থানীয় জনসাধাৰণৰ উপস্থিতিত  ভুমিকম্প বা  জুই লগা আৰু হাৰ্টৰ অকস্মাৎ দূৰ্ঘটনা আৰু দুৰ্যোগৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি   সেই সম্পৰ্কে দুৰ্যোগ আৰু সজাগতা  প্ৰশিক্ষণৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী সকল আৰু স্থানীয় জনসাধাৰণক বুজুৱা হয় ৷ উক্ত প্ৰশিক্ষণ কাৰ্যসূচীত  কেচিদাস কমাৰ্চকলেজৰ অধ্যক্ষ ড° হৃষীকেশ বৰুৱাৰ  আদৰণি ভাষণৰ পিচতে  প্ৰাক্তন সাংসদ চিতাৰ উপাধ্যক্ষ ৰমেন ডেকা মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভুমিকম্প আৰু অকস্মাৎ দুৰ্যোগ আৰু দুৰ্ঘটনাৰ পৰা কেনেকৈ পৰিক্ৰান পাব পাৰি সুন্দৰ ব্যক্তব্য ডাঙি ধৰে ৷ গুৱাহাটী পৌৰনিগমৰ ১৮ নং ৱাৰ্ডৰ পাৰিষদ শংকৰ চক্ৰৱৰ্তী গুৱাহাটী মহানগৰৰ  চিভিল  ডিফেন্সৰ ডিপতি কন্ট্ৰলাৰ জলেশ্বৰ ডেকাই  প্ৰশিক্ষণৰ বিষয়ে মন্তব্য ডাঙি ধৰাৰ পিচতে  এপাৰ্টমেণ্ট নতু বা কেবামহলীয়া বিল্ডিংৰ পৰা কেনেকৈ দুৰ্যোগৰ পৰা ৰক্ষা কৰিব পাৰি বা বাচিব পাৰি ৰচিৰে কেনেকৈ উদ্ধাৰ কৰিব পাৰি কেবাটিও কাৰ্যসূচীত প্ৰশিক্ষণৰ দ্বাৰা জনসাধাৰণৰ দেখুৱাই বা বুজাই দিয়ে আৰু উক্ত অনুষ্ঠানত বিষ্ণুপুৰ মণ্ডল সাধাৰণ সম্পাদক বাবুল ৰাজবংশী উপস্থিত থাকে ৷  কেচিদাস কমাৰ্চ কলেজৰ অধ্যক্ষ ড° হৃষীকেশ বৰুৱাই জানিবলৈ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here