ভাৰতীয় জনতা পাৰ্টিৰ উত্তৰ পূৱ কামৰূপ জিলা আইন কোষৰ সাংগঠনিক সভা ৷ - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Tuesday, 2 April 2024

demo-image

ভাৰতীয় জনতা পাৰ্টিৰ উত্তৰ পূৱ কামৰূপ জিলা আইন কোষৰ সাংগঠনিক সভা ৷

Responsive Ads Here

 

IMG-20240403-WA0004


ভাৰতীয় জনতা পাৰ্টিৰ উত্তৰ পূব কামৰূপ জিলা আইন কোষৰ  এখন সাংগঠনিক সভা মঙলবাৰে ৰঙিয়াৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়৷সভাত অংশগ্ৰহণ কৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক আইন কোষৰ আহ্বায়ক জয়ন্ত কুমাৰ গোস্বামী৷আহ্বানয়ক গোস্বামীয়ে আইন কোষৰ ওপৰত বক্তব্য প্ৰদান কৰে৷ভাৰতীয় জনতা পাৰ্টিৰ উত্তৰ পূব কামৰূপ জিলাৰ আইন কোষৰ আহ্বায়ক গিৰীন দাসে আত ধৰা সভাত ৰাজ্যিক আইন কোষৰ সদস্য সুদিপ্ত বৰুৱা ,উত্তৰ পূব কামৰূপ জিলাৰ আইন কোষৰ  সহ আহ্বায়ক চৈয়দ তাৰিকুদ্দিন আহমেদ প্ৰমুখ্যে বহু সদস্য উপস্থিত থাকে৷৷

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *