গুৱাহাটীত নতুন হিৰো ডিলাৰ উদ্বোধন কৰিলে জুবিন গাৰ্গে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 9 April 2024

গুৱাহাটীত নতুন হিৰো ডিলাৰ উদ্বোধন কৰিলে জুবিন গাৰ্গে








W7s news,,,গুৱাহাটী, ০৯ এপ্ৰিল: অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে অলপতে গুৱাহাটীৰ লালমাটিস্থিত নতুন দুচকীয়া হিৰো ডিলাৰশ্বিপ ইনফিনিটি অটোমোটিভ উদ্বোধন কৰে।

উল্লেখযোগ্য যে, বহুপ্ৰত্যাশিত মেভ্ৰিক নামৰ উচ্চ-স্তৰীয় স্পৰ্টছ বাইকখন ডিলাৰটোত উপলব্ধ বুলি ঘোষণা কৰা হয়। তদুপৰি শ্ব’ৰুমটোত যুটীয়া অংশীদাৰীত্ব হিচাপে হাৰ্লি ডেভিদছন মটৰ চাইকেলো উপলব্ধ হ’ব বুলি প্ৰকাশ কৰা হয়।প্ৰতিগৰাকী গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ডিলাৰটোৱে একেলগে হিৰো মটৰ চাইকেলৰ বিক্ৰী আৰু সেৱা দুয়োটা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ডিলাৰটোৱে হিৰোৰ দুচকীয়া বাহনৰ সামগ্ৰীৰ বিস্তৃত ৰেঞ্জ আগবঢ়াব, য’ত স্প্লেণ্ডাৰ, গ্লেমাৰ আদিৰ দৰে হিৰোৰ বিভিন্ন পৰিসৰৰ বাহনৰ উপৰি ইলেক্ট্ৰিক ইভি প্ৰডাক্টৰ বৈশিষ্ট্যযুক্ত সহযোগী ব্ৰেণ্ড ভিডাও উপলব্ধ হ’ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here