দৰং জিলাৰ কুমাৰপাৰা যুৱক সংঘৰ উদ্যোগত ৰঙালী বিহু উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 23 April 2024

দৰং জিলাৰ কুমাৰপাৰা যুৱক সংঘৰ উদ্যোগত ৰঙালী বিহু উদযাপন




অসমীয়া জনজীৱনৰ ঐক্য আৰু সংহতিৰ এনাজৰীৰে কুমাৰপাৰাবাসী ৰাইজে ৩ দিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰে।

সোমবাৰে অনুষ্ঠিত কৰা মুকলি বিহু অনুষ্ঠানত অসম চৰকাৰৰ যুৱ লেখক সন্মানপ্ৰাপ্ত লেখক, সাংবাদিক কমল কুমাৰে মঞ্চ উদ্বোধন কৰা এই অনুষ্ঠানত অসমৰ ভিন্ন ঠাইৰ পৰা অহা বিহু দলসমূহে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

জ্যেষ্ঠ সাংবাদিক অলকা বৰুৱাই বন্তি প্ৰজ্বলন কৰা উক্ত অনুষ্ঠানত সাংবাদিক ডিম্পী ভৰালীক বিশেষ সম্বৰ্ধনা জনোৱা হয়। 

মুকলি বিহু প্ৰতিযোগিতাৰ এই কাৰ্যসূচীত উন্নয়ন সমিতিৰ সভাপতি, অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক মিলিক কুমাৰ,  সম্পাদক কন্দৰ্প চহৰীয়া, জ্যেতি কুমাৰ সহ দৰং অঞ্চলৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here