ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ বিজয় সংকল্প দিৱস - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 30 April 2024

ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ বিজয় সংকল্প দিৱস

 

W7s news গুৱাহাটীঃ এপ্ৰিল :দেওবাৰ বিষ্ণুুপুৰ মণ্ডলৰ অন্তৰ্গত  ২১ নং ৱাৰ্ডৰ ভাস্কৰ নগৰ কালিমন্দিৰৰ বাকৰিত  আবেলি ৫ বজাত  ২১নং ৱাৰ্ডৰ বিজয় সংকল্প দিৱসত  বিষ্ণুপুৰ মণ্ডলৰ সভানেত্ৰী কৃষ্ণা দাস অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী  বিমল বৰা, অসম গণপৰিষদৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ান কলিতা,   ৰাজ্যিক   কাৰ্যনিৰ্বাহক যতীন বৰা আৰু ৰিতুপৰ্ণ দাস ২০ নং ৱাৰ্ডৰ পাৰিষদ  গৌৰগোপাল মণ্ডল ২১ নং ৱাৰ্ড পাৰিষদ সন্দীপ  দেৱ, মণ্ডলৰ উপ-সভানেত্ৰী ইভা মণ্ডল, ৰীতা পাল    সাধাৰণ সম্পাদক বাবুল ৰাজবংশী, ভবশ সৰকাৰ  উপস্থিত থকাৰ ওপৰিও ১৮ নংৱাৰ্ডটো  পাৰিষদ শংকৰ চক্ৰৱৰ্তীৰ সহযোগত বিজয় সংকল্প দিৱস অনুষ্ঠিতত কৰা হয় ৷উক্ত   সভাত উপস্থিত থাকে অসম চৰকাৰৰ  বিত্তমন্ত্ৰী অজন্তা নেওগ,  প্ৰাক্তন সাংসদ ৰমেন ডেকা,  বিধায়ক সিদ্ধাৰ্থ ভট্ৰাচাৰ্য ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক শিবু মিশ্ৰ জিলা প্ৰভাৰী যোগেশ দাস, ৩৬ চেন্ট্ৰেল গুৱাহাটী বিস্তাৰক দ্বীপজ্যোতি মিশ্ৰ,  মণ্ডলৰ উপ-


সভাপতি কিশোৰ মিত্ৰ অৰুপ গোস্বামীৰ লগতে সংখ্যা লঘু মৰ্চাৰ মণ্ডলৰ সভাপতি  ইকৰাম আলিৰ নেত্ৰীত্বত  আৰু সংখ্যা লঘু মৰ্চাৰ জিলা প্ৰভাৰী নেকিব আমৰোজ  উপস্থিতিত ভাৰতীয় জনতা পাৰ্টীত একে অনুষ্ঠানত এশৰো অধিক যোগ দান কৰে বুলি এক প্ৰেছবিজ্ঞপ্তি যোগে মণ্ডলৰ সাধাৰণ সম্পাদক বাবুল ৰাজবংশী আৰু ভৱেশ সৰকাৰে জানিবলৈ দিয়ে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here