ৱাৰ্ড অৱ পেৰেডাইজ ছ'চাইটিৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 23 March 2024

ৱাৰ্ড অৱ পেৰেডাইজ ছ'চাইটিৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ


 

'W7s news গুৱাহাটী:   ৱাৰ্ড অফ পেৰেডাইজ ছ'চাইটি নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত শনিবাৰে মহানগৰীৰ চাৰ্ভেস্থিত  দয়ানন্দ অকাডেমিত  বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয় ৷ উক্ত শিবিৰত মহানগৰীৰ এখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বিশেষজ্ঞ চিকিৎসকৰ দল এটাৰ দ্বাৰা বিদ্যালয়খনৰ দুশৰো অধিক ছাত্ৰ- ছাত্ৰী , অভিভাৱক তথা শিক্ষক- শিক্ষয়িত্ৰীসকলৰ স্বাস্হ্য পৰীক্ষা কৰাৰ লগতে সু -স্বাস্থ্যৰ জীৱনশৈলীৰ ওপৰত পৰামৰ্শ দিয়াৰ  লগতে ডাইচিয়ানৰ  দ্বাৰা খাদ্যভ্যাসৰ বিষয়তো ছাত্র- ছাত্ৰীসকলক পৰামৰ্শ দিয়া হয় ৷ উক্ত শিবিৰত ৱাৰ্ড অফ পেৰেডাইজ ছ'চাইটিৰ বিষয়বৱীয়া তথা সদস্যসকল ক্ৰমে  হৃষিকেশ পাঠক, নিলাঞ্জন বিশ্বাস আৰু বিশিষ্টা লেখিকা বিনীশা দেৱী উপস্থিত থাকে ৷ সংস্থাৰ  এই কাৰ্যত  শিক্ষক- শিক্ষয়িত্ৰী তথা অভিভাৱকসকল উপস্থিত থাকি  ভূয়সী প্ৰশংসা কৰে ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here