চানমাৰিত প্ৰাচী কার্ফ গেলেৰী মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 20 March 2024

চানমাৰিত প্ৰাচী কার্ফ গেলেৰী মুকলি

 


সকলো বয়সৰ লোকৰ বাবে ইয়াত বিনামূলীয়াকৈ প্রশিক্ষণৰ ব্যৱস্থা



W7s news 'গুৱাহাটীৰ চানমাৰিত বুধবাৰে প্ৰাচী কার্ফ গেলেৰী মুকলি কৰা হয়। এই সন্দর্ভত গেলাৰীটোৰ স্বত্বাধিকাৰী পবিন সিং আৰু সুনীতা দর্জিয়ে কয় যে, বহুদিনৰ পৰা আমি ঘৰতে বিভিন্ন ধৰণৰ সামগ্ৰী  হাতেৰে  সাজি উলিয়াইছিলোঁ। বিশেষকৈ পেলেনীয়া সামগ্ৰীৰে নতুনকৈ নিৰ্মাণ কৰা, বটলত আর্ট কৰাকে ধৰি বিভিন্ন ধৰণৰ আৰ্ট কৰো। ৰাষ্ট্ৰীয় হস্তশিল্প প্রদর্শনীতো আমাৰ কলা প্রদর্শন কৰিছিলো। এতিয়াৰে পৰা আমাৰ স্থায়ী ঠিকনা চানমাৰি। মানুহে এতিয়াৰ পৰা আমি কেনেকৈ সামগ্রী নিৰ্মাণ কৰো, আর্ট কৰো চাব পাৰিব লগতে সকলো বয়সৰ লোকে ইয়াত বিনামূলীয়াকৈ প্রশিক্ষণ ল'ব পাৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here