বৰপেটা ৰোডত ব্ৰাইট ফিউচ্চাৰ মিড ব্ৰেইন এক্টিভেচন কেন্দ্ৰ মুকলি. - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 15 March 2024

বৰপেটা ৰোডত ব্ৰাইট ফিউচ্চাৰ মিড ব্ৰেইন এক্টিভেচন কেন্দ্ৰ মুকলি.

 


যোৱা ১৪ মাৰ্চ তাৰিখে বৰপেটা জিলাৰ বৰপেটা ৰোডৰ  মিলন নগৰত ব্ৰাইট ফিউচ্চাৰ মিড ব্ৰেইন এক্টিভেচন চেন্টাৰ নামৰ এখন শৈক্ষিক প্ৰতিষ্ঠান আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। অনুষ্ঠানটো উদ্বোধন কৰে বৰপেটা ৰোডৰ স্থায়ী বাসিন্দা তথা বিশিষ্ট ব্যৱসায়ী মাননীয় হাৰেজ আলী আহমেদ ডাঙৰীয়াই।

প্ৰতিষ্ঠানটোৰ মুখ্য পৰিচালনা  সঞ্চালক শফিকুল ইছলাম আৰু সহ: সঞ্চালকৰ দায়িত্ব আছে ৰহিমা বেগম। চলিত মাহৰ শেষৰ ফালে ছাত্ৰ- ছাত্ৰী সকলক প্ৰশিক্ষণ দিয়া আৰম্ভ কৰা হব বুলি জানিবলৈ দিয়ে অনুষ্ঠানটোৰ পৰিচালকে..


মিড ব্ৰেইন এক্টিভেচন নামৰ সংস্থাটোত ৫ ৰ পৰা ১৫ বছৰ বয়সৰ লৰা-ছোৱালীক দিয়া হব এক বিশেষ প্ৰশিক্ষণ। যাৰ দ্বাৰা ছাত্র-ছাত্ৰী সকলে নিজৰ মস্তিষ্কৰ বিকাশৰ লগতে পঢ়াৰ প্ৰতি একাগ্ৰতা, মনোযোগ আদিৰ লগতে কিছুমান  বিশেষ গুণৰ অধিকাৰী হৈ পৰিব। 


সবিশেষ জানিবলৈ ইচ্ছুক লোকে   

8638006274 আৰু 8876832251নম্বৰত যোগাযোগ কৰিব পাৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here