আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাত শ্ৰেষ্ঠ গুৱাহাটীৰ সৰলা দাস* - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Sunday, 28 January 2024

demo-image

আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাত শ্ৰেষ্ঠ গুৱাহাটীৰ সৰলা দাস*

Responsive Ads Here

 *

*W7s news,,গুৱাহাটী, ২৮ জানুৱাৰী:* 

IMG-20240128-WA0000

অলপতে মুম্বাইৰ ফিল্ম চিটীত অনুষ্ঠিত হোৱা 'এছ ডি ইউনিভাৰ্ছ এণ্ড গ্লোবেল  ইন্টাৰনেশ্যনেল' শীৰ্ষক

আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাত গুৱাহাটীৰ সৰলা দাসে মিছেছ গ্লোবেল ইন্টাৰনেশ্যনেলৰ বিজয়ীৰ খিতাপ দখল কৰি ৰাজ্যখনলৈ সুনাম  কঢ়িয়াই আনিছে। শ্বাহৰুখ আলী খান আৰু ধ্ৰুৱজ্যোতি শৰ্মাৰ পৰিচালনাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত নেপাল, আফগানিস্তান,জিমবাব্ৱে, ভাৰতকে ধৰি কেইবাখনো ৰাষ্ট্ৰই যোগদান কৰিছিল। অসমৰ নিৰূপম দাস আৰু বিনীতা ডেকাৰ উপৰি দেশৰ আন কেইবাগৰাকীও বিশিষ্ট উদ্যোগী অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত আছিল। অশ্বিতা ধাৱান, মুজামিল ডেশাই, সুপ্ৰিয়া শ্বুকলা, অদিতি ছেট্টী আৰু ৰাচী শৰ্মা বিশিষ্ট অতিথি হিচাপে অনুষ্ঠানত উপস্থিত আছিল।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *