ডাঃ কন্দৰ্প কুমাৰ দাস স্মাৰক ছোৱালী হাইস্কুলৰ প্ৰাক্তন ছাত্ৰী সন্মিলন-২০২৩ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 29 December 2023

ডাঃ কন্দৰ্প কুমাৰ দাস স্মাৰক ছোৱালী হাইস্কুলৰ প্ৰাক্তন ছাত্ৰী সন্মিলন-২০২৩

 

W7S News: নিউজ ডেস্ক: বৰপেটাৰোড চহৰৰ মাজমজিয়াত  স্থিত ডাঃ কন্দৰ্প কুমাৰ দাস স্মাৰক ছোৱালী হাই স্কুলত ৩১ ডিচেম্বৰ ২০২৩ তাৰিখে প্ৰথম সংখ্যক প্ৰাক্তন ছাত্ৰী সন্মিলন অনুষ্ঠিত হব।


ৰাতিপুৱা ১০ বজাত বিদ্যালয় প্ৰাংগণত পতাকা উত্তোলনেৰে অনুষ্ঠানটো আৰম্ভ কৰিব বিদ্যালয়ৰ প্ৰধান শিক্ষক গুণীন্দ্ৰ নাথ ওজা দেৱে। 

১০.৩০ বজাত প্ৰাক্তন ছাত্ৰীসকলৰ নাম পঞ্জীয়ন আৰু তাৰ পিছত দুপৰীয়া ১২ বজাত "অন্তৰংগ আলাপ"ৰে অনুষ্ঠানটো আগবঢ়াই নিব বিদ্যালয়ৰ প্ৰাক্তন শিক্ষয়িত্ৰী চিত্ৰলেখা দাস চৌধুৰীয়ে..


১৯৭০ চনত স্থাপিত এই বিদ্যালয় খনে ইতিমধ্যে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here