চানমাৰিৰ ৫৪ নং ৱাৰ্ডত অসম সাংস্কৃতিক মহাসংগ্ৰাম - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 23 November 2023

চানমাৰিৰ ৫৪ নং ৱাৰ্ডত অসম সাংস্কৃতিক মহাসংগ্ৰাম

 




W7s news গুৱাহাটী: গুৱাহাটীৰ চানমাৰিৰ পিয়লি ফুকন নগৰৰ ৫৪ নং ৱাৰ্ডৰ লক্ষী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় অসম সাংস্কৃতিক মহাসংগ্ৰাম। এই সাংস্কৃতিক অনুষ্ঠানৰ একক শিতানত জ্যোতি সংগীত, ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, ৰবীন্দ্ৰ সংগীত আৰু দলীয় শিতানত বিহু নাচ আৰু পৰম্পৰাগত নৃত্য অনুষ্ঠিত কৰা হয়। তৃণমূল পৰ্যায়ত সাংস্কৃতিক প্ৰতিভাসমূহক উলিয়াই অনাৰ উদ্দেশ্যে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজন কৰা হৈছে এই অসম সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩-২৪। এই অনুষ্ঠানত উপস্থিত থাকে ৫৪ নং ৱাৰ্ডৰ পাৰিষদ গীত ঠাকুৰীয়া কলিতা। অনুষ্ঠানটো পৰিচালনা কৰে বিশিষ্ট সমাজকৰ্মী বিপুল ডেকাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here