লাচিত নগৰত 'হাউছ অফ মিৰাকি' মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 23 November 2023

লাচিত নগৰত 'হাউছ অফ মিৰাকি' মুকলি

 


W7s news গুৱাহাটী: গুৱাহাটীৰ লাচিত নগৰৰ চৌধুৰী কমপ্লেক্সৰ (কল্যাণ জুৱেলাৰীৰ ওপৰ মহলাত)চ


তুৰ্থ মহলাত বৃহস্পতিবাৰে 'হাউছ অৱ মিৰাকি' নামৰ এটা নতুন শ্ব'ৰূম এটা মুকলি কৰা হয়। আধুনিক ডিজাইনৰ সাজ-সজ্জাৰ লগতে ফেশ্বনৰ সামগ্ৰী, বিভিন্ন আধুনিক ডিজাইনৰ আ-অলংকাৰ উপলব্ধ এই শ্ব' ৰূমটো মুকলি কৰে সমাজকর্মী পুষ্পা দেৱী চৌধুৰীয়ে। তেওঁ এই শ্ব' ৰূমটোয়ে ক্রেতাৰ ইতিবাচক সঁহাৰি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। বেদিকা চৌধুৰী ( মনোজ –মনিষা চৌধুৰীৰ বোৱাৰী) ,পাৰ্ল ইনষ্টিটিউট অৱ ফেশ্বন ডিজাইনিং (দিল্লী)ৰ পেছাত এগৰাকী ফেশ্বন ডিজাইনাৰ।  তেওঁৰ প্ৰচেষ্টাত এই বিপণী মুকলিত কৰা হৈছে। এই অনুষ্ঠানত পায়েল জৈন ,শ্বেতা হিমৎসিংহ আদি বিশেষ অতিথি উপস্থিতি থাকে। এই বিপণীত দিল্লী, জয়পুৰ, মুম্বাই, আৰু কলকাতাৰ সুপৰিচিত ডিজাইনাৰসকলৰ পৰা সমসাময়িক আৰু আধুনিক সংগ্ৰহ সজা-সজ্জা, আ-অলংকাৰ সংগ্ৰহ  কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here