গুৱাহাটীত শিশু দিৱস পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 15 November 2023

গুৱাহাটীত শিশু দিৱস পালন

 



W7s news গুৱাহাটী: নিউ গুৱাহাটী বামুনিমৈদামস্থিত ৰে'লৱে কলনী জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগতে শিশু দিৱস উদযাপন। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠানটোত গীত নৃত্যৰ লগতে শিশুসকলৰ মাজত খেল-ধেমালিৰ উপৰিও বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ আয়োজনৰ লগতে বিজয় হোৱা ছাত্ৰ-ছাত্ৰী সকলক বঁটা বিতৰণ কৰা হয়।


আজিৰ এই অনুষ্ঠানত ছাত্র-ছাত্ৰী, শিক্ষক-শিক্ষায়ত্ৰীৰ লগতে অভিভাৱক আৰু সমাজৰ ভালে কেইগৰাকীমান গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here