আৰ টি আই বিলবৰ্ড উদ্ধোধন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 9 October 2023

আৰ টি আই বিলবৰ্ড উদ্ধোধন


 




W7s news গুৱাহাটী: গুৱাহাটীৰ লখৰা চাৰিআলিৰত ৰাউণ্ড টেবুল ইণ্ডিয়াৰ উদ্যোগত ৮০ ফুট দৈৰ্ঘ্যৰ এখন চাইনবৰ্ড মুকলি কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে  ৰাউণ্ড টেবুল ইণ্ডিয়াই সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ হকে কৰি অহা সেৱা সমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰা। সমাজৰ অভাৱগ্ৰস্ত লোকে যাতে এই সংস্থাটো পৰা আৰু অধিক লাভবান হ'ব পাৰে সেই উদ্দেশ্যে ৰাইজৰ মাজত বহুল ভাৱে প্ৰচাৰ কৰা এটি মাধ্যম হিচাপে ব্যৱহাৰ হ'ব এই বিল বোৰ্ড খন।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here