গুৱাহাটীত সূৰ্য ৰশ্নি উদ্যোগত 'ষ্টাৰ ৰিটেইলৰ মিট - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 11 October 2023

গুৱাহাটীত সূৰ্য ৰশ্নি উদ্যোগত 'ষ্টাৰ ৰিটেইলৰ মিট


 '


W7s news,,,,গুৱাহাটী : ৫০ বছৰীয়া সূৰ্য্য ৰশ্নি  ভাৰতৰ লাইটিং, ফেন, হোম এপ্লাইয়েন্স, ষ্টীল পাইপ, আৰু পিভিচি পাইপৰ অন্যতম আৰু বিশ্বাসযোগ্য ব্ৰেণ্ড। ভাৰতৰ সৰ্ববৃহৎ ব্ৰেণ্ডেড লাইটিং সামগ্ৰী প্ৰস্তুতকাৰী হিচাপে সূৰ্য্য ৰশ্নি লিমিটেডে তেওঁলোকৰ বিতৰক- এমএছ পি জে ৰেডিঅ’, এমএছ ৰাইনো ইলেক্ট্ৰিক, এমএছ অম ইলেক্ট্ৰিকেলছ, এমএছ ডিউ লাইটছ, এমএছ মালি ইলেক্ট্ৰিকেলছ আৰু এমএছ গুৱাহাটী ইলেক্ট্ৰিকেলছ আৰু তেওঁলোকৰ ৬০ তাৰকাযুক্ত খুচুৰা বিক্ৰেতা সৈতে 'ষ্টাৰ ৰিটেইলৰ মিট' আয়োজন কৰে।উক্ত সভাত মুখ্য কাৰ্যবাহী বিষয়া জিতেন্দ্ৰ আগৰৱাল, ডিজিএম- নেত্ৰপাল সিং, চি এম জনাকী নন্দ আৰু শাখা প্ৰবন্ধক অসীম দাস উপস্থিত থাকে।এই সভাতে কোম্পানীটোৱে শ্লীম  পেনেল ৰেঞ্জ, শ্লীম ট্ৰিম আই এণ্ড ই, প্লেটিনা এল ই ডি বাল্ব, মস্কিটো বেট, ডাইমণ্ড এল ই ডি আৰু জগ মেগ দীপাৱলী লাইট আৰু ৫ ৰ পৰা ১৫ মিটাৰ দীঘল দীপাৱলী ৰোপ লাইট আদি নতুন সামগ্ৰী মুকলি কৰা হয়। নতুন প্ৰডাক্টৰ বিস্তৃত পৰিসৰৰ সৈতে ডিজিএম নেত্ৰপাল সিঙে কয় যে অনাগত বছৰবোৰত কোম্পানীটোৱে নিজৰ নতুন মাইলৰ খুঁটি অৰ্জন কৰিবলৈ আশাবাদী।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here