সিদ্ধগুৰু শ্ৰী সিদ্ধেশ্বৰ ব্ৰহ্মৰ্ষী গুৰুদেৱে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 9 August 2023

সিদ্ধগুৰু শ্ৰী সিদ্ধেশ্বৰ ব্ৰহ্মৰ্ষী গুৰুদেৱে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে


 

ৰাজ্যৰ শান্তি আৰু প্ৰগতিৰ ওপৰত আলোচনা


W7s news,,,,গুৱাহাটী,;  তিৰুপতিৰ শ্ৰী ব্ৰহ্মৰ্শী আশ্ৰমৰ পৰা অহা সিদ্ধগুৰু শ্ৰী সিদ্ধেশ্বৰ ব্ৰহ্মৰ্শী গুৰুদেৱে মঙলবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত বিশেষ বৈঠকৰ সময়ত অহিংসা, বিশ্ব শান্তি প্ৰতিষ্ঠা, ৰাজ্যৰ প্ৰগতি আৰু অন্যান্য ধৰ্মীয় আৰু আধ্যাত্মিক বিষয়সমূহৰ ওপৰত মুখ্যমন্ত্ৰী আৰু গুৰুদেৱৰ মাজত আলোচনা হয়। মুখ্যমন্ত্ৰীয়ে সিদ্ধগুৰু শ্ৰী সিদ্ধেশ্বৰ ব্ৰহ্মৰ্ষী গুৰুদেৱৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰি তিৰুপতিত অৱস্থিত আশ্ৰমখন পৰিদৰ্শন কৰাৰ ইচ্ছা প্ৰকাশ কৰে। এই সময়ত গুৰুদেৱৰ লগতে গুৱাহাটীত অনুষ্ঠিত হোৱা অমৃত মহোসৱ আয়োজক সমিতিৰ বিষয়ববীয়াসকলো উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here