এইচ ডি এফ চি বেংকে উদযাপন কৰিলে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 4 July 2023

এইচ ডি এফ চি বেংকে উদযাপন কৰিলে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস

 




W7s news গুৱাহাটী : দেশৰ আগশাৰীৰ বেংকিং প্রতিষ্ঠান এইচ ডি এফ চি বেংকে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এইচ ডি এফ চি বেংকে হেলথ ফাৰ্ষ্ট - ছালাম দিল ছে শীর্ষক বিষয়ত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন কৰি চিকিৎসকৰ অমূল্য অৱদান আৰু প্ৰচেষ্টাক সন্মান জনাই উদযাপন কৰে, সম্ভ্ৰান্ত বৃত্তিটোক প্ৰসাৰিত কৰাৰ লগতে মংগলৰ পোষকতা কৰে চিকিৎসকৰ। ৰোগীৰ প্ৰতি চিকিৎসকে আগবঢ়োৱা মহান আৰু নিষ্ঠাবান সেৱাক স্বীকৃতি দিবলৈ এইচ ডি এফ চি বেংকে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন কৰে। নিস্বাৰ্থ যোদ্ধা হিচাপে অহৰহ জাতিৰ সেৱাত নিয়োজিত এই চিকিৎসকসকলক এইচ ডি এফ চি বেংকে শ্ৰদ্ধাঞ্জলি আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। পশ্চিম বংগৰ প্ৰখ্যাত চিকিৎসক তথা দ্বিতীয় মুখ্যমন্ত্রী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ সন্মানত প্ৰতি বছৰে ১ জুলাইত সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here