ৰুজী মুদৈলৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় জলপানি প্ৰদান● - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 12 July 2023

ৰুজী মুদৈলৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় জলপানি প্ৰদান●

 


W7s news,,,গুৱাহাটী:,,,ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ সাংস্কৃতিক সম্পদ  আৰু প্ৰশিক্ষণ কেন্দ্ৰ (চি চি আৰ টি) ৰ পৰা ৰুজী মুদৈয়ে সংগীত নাটক অকাডেমী বঁটা প্ৰাপক মইনুল হক ৰ তত্বাবধানত ২০২০-২০২১ বৰ্ষৰ  "Under the scheme of award of scholarship to Young Artists in different cultural fields" ৰ মূকাভিনয়(MIME) বিষয়ত ৰাষ্ট্ৰীয় জলপানি পাবলৈ সক্ষম হৈছে। Young talent artist awardee বিজিত কুমাৰ দাসৰ পৰিকল্পনা আৰু পৰিচালনাৰে "Stop Domestic Violence" শীর্ষক মূকাভিনয় প্রদর্শন কৰি এই ৰাষ্ট্ৰীয় জলপানি পাবলৈ সক্ষম হোৱা ৰুজী মুদৈ বৰ্তমান All India radio আকাশবাণীৰ ঘোষিকা হিচাপে কৰ্মৰত। ৰুজী মুদৈ প্ৰয়াত যাঁদৱ চন্দ্ৰ মুদৈ  আৰু  লক্ষী মুদৈৰ কন্যা‌।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here