গুৱাহাটীত সাৱনসুখা জুৱেলাৰ্ছে সংকলনৰ দুদিনিয়া প্ৰদৰ্শনী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 29 June 2023

গুৱাহাটীত সাৱনসুখা জুৱেলাৰ্ছে সংকলনৰ দুদিনিয়া প্ৰদৰ্শনী


 

W7s news,,,,গুৱাহাটী ২৯ জুন : কলকাতাৰ অন্যতম বিখ্যাত গহনা ব্ৰেণ্ড সাৱনসুখা জুৱেলাৰ্ছে আজিৰ পৰা গুৱাহাটীত হোটেল ভিভান্টা বাই তাজত তেওঁলোকৰ শেহতীয়া সংগ্ৰহৰ হীৰা, জাদাও আৰু সোণৰ সংগ্ৰহ প্ৰদৰ্শনী কৰে। ২৫০ বছৰৰ চহকী ইতিহাস আৰু আঠ প্ৰজন্মৰ বিশেষজ্ঞতা থকা এই  সাৱনসুখাইৰ ব্ৰণ্ডৰ।উচিত মূল্য আৰু স্বচ্ছতাৰে সাৱনসুখাই বছৰ বছৰ ধৰি তেওঁলোকৰ গ্ৰাহকৰ আস্থা লাভ কৰিছিল। তেওঁলোকৰ ব্যতিক্ৰমী ডিজাইন, ডিটেইলিং আৰু সুন্দৰ কলিকতাৰ কাৰুকাৰ্য্য সমগ্ৰ বিশ্বতে প্ৰশংসা লাভ কৰিছে। তেওঁলোকৰ শ্ব’ৰুম কলকাতা আৰু শিলিগুৰিত আছে।এতিয়া তেওঁলোকে দুদিনৰ বাবে গুৱাহাটীত আছে তেওঁলোকৰ শেহতীয়া ব্রাইডাল সংগ্ৰহৰ লগতে দৈনিক পৰিধান কৰা গহনা প্ৰদৰ্শনৰ বাবে। সাৱনসুখাই এনে এক গুণ প্ৰদান কৰে যিটো অতুলনীয় আৰু গ্ৰাহকৰ পছন্দৰ বিষয়ে তেওঁলোকৰ বুজাবুজিয়ে দেশৰ প্ৰতিটো চুকতে অহৰহ এক সুকীয়া অভিজ্ঞতা প্ৰদান কৰে। গুৱাহাটীবাসীয়ে আনন্দৰে সোৱানসুখাৰ পৰা নিজৰ প্ৰিয় অলংকাৰ বাছি লৈ তেওঁলোকৰ সৈতে গহনা বজাৰ কৰাৰ অভিজ্ঞতা উপভোগ কৰিছে।গুৱাহাটীৰ এজন গ্ৰাহকে উল্লেখ কৰিছে “আমি আগতে সাৱনসুখাত বজাৰ কৰিবলৈ কলকাতালৈ গৈছিলোও। মোৰ সমগ্ৰ ব্রাইডাল কলেকচন তেওঁলোকৰ পৰাই। মই অত্যন্ত সুখী যে তেওঁলোকে নিজৰ বিশাল সংগ্ৰহ লৈ মোৰ চহৰলৈ আহিছে৷ তেওঁলোকৰ পৰা বজাৰ কৰাটো সদায় এক আনন্দদায়ক অভিজ্ঞতা।”

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here