W7s news,,,গুৱাহাটী, ২৯জুন: মহানগৰৰ খানাপাৰা অৱস্থিত তাজ ভিভান্তাত আজি পৰা জেকেজে জুবালাৰ্ছে আয়োজন কৰিছে দুদিনীয়া পক্ষী গহনা প্রদর্শনী। আজি পৰা আৰম্ভণি হোৱা দুদিনীয়া পক্ষী গহনা প্রদর্শনী উপস্থিত থাকে প্ৰমোদ মসুন, সুশীলা মসুণ, যতীন মসুণ, ৰাহুল মসুণ, দীপিকা মসুণ। দেশৰ অন্যতম তথা অতিকৈ জনপ্রিয় গহনা ব্ৰেণ্ড জয়পুৰৰ জে কে জে জুৱেলাৰ্ছে গুৱাহাটীত এয়া দুতিয়বাৰৰ বাবে আয়োজন কৰিছে পল্কী গহনা প্রদর্শনী। উক্ত প্রদর্শনীত জে কে জে জুবেলাৰ্ছে তেওঁলোকৰ এক্সক্লুচিভ আৰু অত্যাধুনিক ডিজাইনেৰে নিৰ্মিত গহনাসমূহ প্রদর্শন কৰা হ'ব। এই সন্দৰ্ভত জে কে জে জুৱেলাৰ্ছৰ যতীন মঙ্গুনে কয় যে জেকেজে জুৱালাৰ্ছ ১৮৬৮ চনত প্ৰতিষ্ঠা লাভ কৰা এক বিশ্বাসযোগ্য গহনা ব্ৰেণ্ড। জয়পুৰত আছে জে কে জে জুৱেলাৰ্ছৰ তিনিটাকৈ শ্ব'কম। জয়পুৰৰ এম আই বোড, মানস ৰবৰ আৰু বিদ্যাধৰ নগৰত অৱস্থিত জে কে জে জুৱালাৰ্ছত দেশৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকে নিজৰ প্ৰচণ্ডৰ গহনা ক্ৰয় কৰে। তেওঁ লগতে কয় যে এইবাৰ গুৱাহাটীত বাবে হীৰা আৰু পক্ষী গহনা প্ৰদৰ্শন কৰা হ'ব। আমি বিশ্বাস কৰো যে প্ৰতিগৰাকী কইনাই আমাৰ জে কে জে জুৱেলাৰ্ছৰ গহনা পিন্ধাৰ পিছত নিজকে এগৰাকী চেলিব্রেটী হিচাপে অনুভৱ কৰে। সত্যনাৰায়ণ মছুনে জে কে জে জুৱেলাৰ্ছ প্রতিষ্ঠা কৰিছিল। আজি জে কে জে জুরেলাছক নেতৃত্ব প্রদান কৰিছে তেওঁৰ ভাতৃ শ্যামসুন্দৰ, প্রমোদ লগতে তেওঁলোকৰ পুত্ৰ শহীদ পুখৰাজ, সুনীল, অনিল, ছেতনে। গুৱাহাটীবাসীক জে কে জে জুৱেলাৰ্ছৰ প্ৰদৰ্শনী চাবলৈ আহ্বান জনায়। এই প্ৰদৰ্শনী কাইলৈ অৰ্থাৎ সুকুৰবাৰে সামৰণি পৰিব।
Post Top Ad
Responsive Ads Here
Thursday, 29 June 2023

তাজ ভিভান্তাত জে কে জে জুৱেলাৰ্ছৰ পল্কী গহনা প্রদর্শনী
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment