গুৱাহাটী ক্লাবৰ মেটেল মটৰ্চত কে.টি.এম. এডভেনঞ্চাৰ বাইক মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 28 May 2023

গুৱাহাটী ক্লাবৰ মেটেল মটৰ্চত কে.টি.এম. এডভেনঞ্চাৰ বাইক মুকলি


 

W7s news,,, গুৱাহাটীঃ শনিবাৰ কেটিএম গুৱাহাটী ক্লাব (মেটেল মটৰ্চ)ত কে.টি.এম. এডভেনঞ্চাৰ ৩৯০ এক্স আৰু ৩৯০ ভি আনুষ্ঠানিকভাবে মুকলি কৰে। কে টি এম ইণ্ডিয়াই এডভেনঞ্চাৰ বাইক যাত্ৰাৰ বাবে এই দুখন এডভেনঞ্চাৰ মুকলি কৰিছে। ৩৯০ এক্স মডেলটোৰ বজাৰ মূল্য ২ লাখ ৮০ হাজাৰহোৱাৰ বিপৰীতে ৩৯০ ভি মডেলটোৰ বজাৰ মূল্য ৩ লাখ ৪২ হাজাৰ টকা। এই মুকলি অনুষ্ঠানটোত মুখ্য অতিথি ৰূপে উপস্থিত থাকে  শ্বাহৱাৰ হুছেইন, প্ৰতিষ্ঠাপক- চেইন ৰিয়েকচন ইণ্ডিয়া আৰু  সঞ্জীব বৰুৱা, সভাপতি- ইষ্টাৰ্ণ মটৰ্চ। লগতে উপস্থিত থাকে পৰিচালন সঞ্চালক-  ৰাজেন্দ্ৰ সিং ৰাজপাল, এডভেঞ্চাৰবাবা ওৰফে  শশাংক ডেকা(জেনেৰেল মেনেজাৰ)।কেটিএমৰ মতে এই দুঃসাহসিক বাইকসমূহে বহু দূৰত্বৰ ভ্ৰমণকাৰী আৰু অফ-ৰোড অনুৰাগীক আকৰ্ষণ কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here