W7s news,,,গুৱাহাটী,২৩ মে': এইবাৰৰ গ্ৰীষ্মকালছোৱা কিছু পৃথক হ’ব। কিয়নো ফেবইণ্ডিয়াই আপোনালোকৰ বাবে কঢ়িয়াই আনিছে "বিগছামাৰ"। ই এক প্ৰকাৰৰ চেলিব্ৰেচন, য’ত পৰম্পৰাৰে ফেশ্বনৰ আৰু এফৰডেবিলিটিৰে কোৱালিটিৰ সমাহাৰ ঘটিছে। এই সকলোবোৰ ফেবইণ্ডিয়াৰ ৩৫০+ ষ্ট’ৰ আৰু অনলাইনত দেখিবলৈ পোৱা গৈছে ৷ ফেবইণ্ডিয়াৰ সৈতে গ্ৰীষ্মকালৰ সাৰমৰ্মক আকোৱালি লওক!আপোনাৰ অফিচ ৱাৰড্ৰৱৰক পুনৰ সজাই তোলাই হওক বা কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰা নাইবা ছুটীৰ পৰিকল্পনা কৰাই হওক, ফেবইণ্ডিয়াৰ শেহতীয়া ডীলছ আৰু ষ্টাইলে আপোনাক সামৰি ল’ব। এই বিগ ছামাৰ চেলিব্ৰেচনছ কাপোৰৰ বাদে আন শাখালৈও বিস্তৃত হৈ আছে। ইয়াত হস্তনিৰ্মিত ঘৰুৱা সাজ-সজ্জাৰ সামগ্ৰীৰ লগতে ব্যক্তিগত পৰিচৰ্যাৰ সামগ্ৰীৰ গোটেই শৃংখল আছে যিবোৰ টক্সিন-ফ্ৰী আৰু নেচাৰেল বায়’-এক্টিভছেৰে পূৰ্ণ।কন্টেমপৰেৰিলি ডিজাইন কৰা কুৰ্তা, শাৰী, চাৰ্ট আৰু ট্ৰাউজাৰৰ কিউৰেচনৰ পৰা বজাৰ কৰাৰ সুবিধা লওক। ভাৰতীয় গহনা, বেগ আৰু ফুটৱেৰকে ধৰি ট্ৰেণ্ডি এক্সেছৰিজেৰে আপোনাৰ লুক সম্পূৰ্ণ কৰক।কোমল লিনেন, মডাৰ্ন ডেকোৰেটিভ সামগ্ৰী, মজবুত ফাৰ্ণিচাৰ, আৰু কিচ্চেন ৱেৰৰ দৰে ঘৰুৱা সংগ্ৰহলৈও বিস্তৃত হৈ আছে ঘৰুৱা
আচবাবৰ বিকল্পসমূহ। আৰু মনত ৰাখিব যে বৃহৎ ভৰপূৰ বেগবোৰে বহু ধন ৰাহি কৰিব পাৰে।ফেবইণ্ডিয়াৰ বিগ ছামাৰ সন্দৰ্ভত ফেবইণ্ডিয়াৰ অজয় কাপুৰে (বিক্ৰী বিভাগৰ অধ্যক্ষ)কয়, “ছিজনৰ ৱাৰড্ৰৱ ভৰাই তুলিবলৈ আমাৰ পৃষ্ঠপোষকসকলৰ বাবে গ্ৰীষ্ম কালছোৱা সদায় তেওঁলোকৰ প্ৰিয় সময় হৈ আহিছে – সেয়া তেওঁলোকৰ দৈনন্দিন ৰূপৰ বাবেই হওক বা ভ্ৰমণ আৰু অবসৰ-বিনোদনৰ বাবেই হওক। আমি ২০২৩ ৰ গ্ৰীষ্মকালক ফেবইণ্ডিয়াই আগবঢ়োৱা কিউৰেচন আৰু অভিজ্ঞতাৰ চেলিব্ৰেচনলৈ ৰূপান্তৰিত কৰিব বিচাৰো। সাজ-পোছাকৰ পৰা, ফাৰ্ণিচাৰ বা দৈনন্দিন সৌন্দৰ্য্য চৰ্চাৰ প্ৰয়োজনীয় সামগ্ৰীলৈকে আমাৰ গ্ৰাহকসকলৰ বাবে গ্ৰীষ্মকালীন শৈলীক আৰু নিজৰ ঘৰক আপগ্ৰেড কৰাৰ আৰু নিশ্চিতভাৱে এই কালেকচনসমূহত ব্যতিক্ৰমী অফাৰৰ সৈতে হাঁহি বিয়পোৱাৰ এইয়া এক সুবৰ্ণ সুযোগ।”অতি সচেতনভাৱে ক্ৰয় কৰা কেঁচামালৰ পৰা নিৰ্মিত আৰু সমগ্ৰ ভাৰতবৰ্ষৰ শিপিনীৰ এটা টীমে হাতেৰে প্ৰস্তুতকৰা ফেবইণ্ডিয়া ইয়াৰ নিজৰ অতুলনীয় হস্তনিৰ্মিত আৰু ছাষ্টেইনেবল সামগ্ৰীৰ বাবে পৰিচিত। ফেবইণ্ডিয়াৰ প্ৰতিটো সামগ্ৰীয়ে দেশৰ ৰিচ্চ হেৰিটেজক উন্মোচিত কৰে আৰু কোৱালিটি আৰু ছচিয়েল ৰেছপন্সিবিলিটিৰ প্ৰতি থকা ব্ৰেণ্ডৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। এই কালজয়ী সংগ্ৰহসমূহ কেয়াৰ আৰু প্ৰিচিছনেৰে নিৰ্মাণ কৰা হৈছে।গতিকে, আপুনি এই উদযাপনৰ সময় যাতে মিছ নকৰে, তাৰ বাবে আপোনাৰ প্ৰিয় সামগ্ৰী সমূহ আপোনাৰ উইশ্ব লিষ্টত যোগ কৰক, আপোনাৰ কেলেণ্ডাৰত চিহ্নিত কৰক আৰু ক্ৰয়ৰ দিনৰ পৰিকল্পনা কৰক। ফেবইণ্ডিয়াৰ সৈতে ষ্টাইলেৰে এই ঋতুক আকোৱালি লোৱাৰ এয়াই উত্তম সময়।
No comments:
Post a Comment