W7s news,,,,গুৱাহাটী : - দেশৰ অন্যতম বৃহৎ ইনাৰ-ৱেৰ পোছাক নিৰ্মাতা প্ৰতিষ্ঠান লাক্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে পুৰুষৰ ইনাৰ-ৱেৰ ব্ৰেণ্ড 'লাক্স কোজি'ৰ প্ৰচাৰৰ বাবে বলিউডৰ মোহময়ী অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক চুক্তি কৰিছে। "ইয়ে নহি তো কুছ নাহি" ইয়াৰ টিভিচি প্ৰচাৰে কেৱল লিংগ গতানুগতিকতাক প্ৰত্যাহ্বান জনোৱাই নহয়, লগতে পুৰুষৰ হোজিয়াৰী শ্ৰেণীত ব্ৰেণ্ডটো নতুন পথ চিহ্নিত কৰে। টিভিচি ব্ৰেণ্ডটো ব্যক্তিগত যদিও প্ৰচাৰৰ বাবে কৰা হৈছে। লাক্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ অশোক কুমাৰ টোডিয়ে কয় যে "পুৰুষৰ ইনাৰৱেৰ ব্ৰেণ্ডে প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা চেলিব্ৰেটীৰ সৈতে কেৱল ইয়াৰ সামগ্ৰীৰ প্ৰচাৰৰ বাবে জড়িত কৰিছে। এক অভিনৱ আৰু উপভোক্তা-কেন্দ্ৰিক ব্ৰেণ্ড হিচাপে, আমি সদায়ে আমাৰ লক্ষ্য গ্ৰাহকসকলৰ সৈতে তেওঁলোকৰ সংযোগ আৰু সম্পৰ্কৰ ওপৰত টিভিচি বাছনি কৰি আহিছাঁ। এইবাৰ আমি এক অগতানুগতিক বিষয়ৰ কথা চিন্তা কৰি এই ব্ৰেণ্ডৰ প্ৰচাৰৰ বাবে এগৰাকী অভিনেত্ৰীৰ বাচনি কৰা হৈছে। আমি আশা কৰোঁ যে হৈয়ে ব্ৰেণ্ডটোক নতুন উচ্চতালৈ লৈ যাব আৰু ইয়াৰ বিচক্ষণ গ্ৰাহকৰ সৈতে এক গভীৰ সম্পৰ্ক সৃষ্টি কৰিব।"লাক্স ইণ্ডাষ্ট্ৰিজৰ কাৰ্যবাহী সঞ্চালক চাকেত টোডিয়ে কয় যে, "সাধাৰণতে, ইনাৰৱেৰ ব্ৰেণ্ডবোৰে পৰম্পৰাগত ভাবে পুৰুষসকলৰ প্ৰভাৱ আছিল কিন্ত এইবাৰ এক অগতানুগতিক চিন্তাৰ যোগেদি সৰলীকৰণ কৰাৰ বাবে এই ব্ৰেণ্ডত টি ভি চিত মহিলাক নেতৃত্ব দিয়া হৈছে।
Post Top Ad
Responsive Ads Here
Tuesday, 14 February 2023
জেকলিন ফাৰ্ণাণ্ডেজ লাক্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে চুক্তি
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment