লক্ষ্মীনাৰায়ণ বিশ্ব সংগীত মহোৎসৱত মেঘৰঞ্জনী* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 13 February 2023

লক্ষ্মীনাৰায়ণ বিশ্ব সংগীত মহোৎসৱত মেঘৰঞ্জনী*


 *

W7s news,,,গুৱাহাটী,: দেশৰ সবাতোকৈ পুৰণি "লক্ষ্মীনাৰায়ণ বিশ্ব সংগীত মহোৎসৱ"ত কিংবদন্তী সংগীত শিল্পী ড° এল সুব্ৰমণিয়াম আৰু তাৰকা কন্ঠশিল্পী পদ্মশ্ৰী প্ৰাপক কবিতা কৃষ্ণমূৰ্তিৰ সৈতে  একেখন মঞ্চতে কথক নৃত্য পৰিৱেশন কৰে অসমৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কথক নৃত্যাংগনা মেঘৰঞ্জনী মেধিয়ে ৷ অনুষ্ঠানত মেঘৰঞ্জনীয়ে ড° এল সুব্ৰমণিয়ামৰ সংগীত সংৰচনা আৰু নিজৰ কৰিঅ'গ্ৰাফীৰে কথক নৃত্য পৰিৱেশন কৰে ৷ উল্লেখ্য অলপতে বেংগালুৰুৰ চৌদিয়া মেম'ৰিয়েল প্ৰেক্ষাগৃহ, হায়দৰাবাদৰ শিল্পকলা ৱেদিকা আৰু পুণেৰ ফ'নিক্স প্ৰেক্ষাগৃহত অনুষ্ঠিত সংগীত মহোৎসৱত মেঘৰঞ্জনীয়ে নৃত্য পৰিৱেশন কৰি দৰ্শকৰ উচ্চ প্ৰশংসা লাভ কৰে ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here