W7s news,,গুৱাহাটী, : ডালমিয়া চিমেণ্ট (ভাৰত) লিমিটেডৰ 'ডিএছপি হৰ ঘৰ হেপ্পী অফাৰ'য়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকৰ পৰা এক অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে। লাকী ড্ৰ বিজয়ী, মিঃ দিনেশ কুমাৰ জৈনক শ্ৰেষ্ঠ প্ৰথম বাম্পাৰ পুৰস্কাৰ, এখন নতুন 'মাৰুতি অল্টো VXI (ভিএক্সআই )' গাড়ী প্ৰদান কৰা হয়। ডিচিবিএলৰ ৰাজ্যিক বিক্ৰী মুৰব্বী (State Sales Head, DCBL) মিঃ অজিতেশ ভট্টাচাৰ্যই অসমৰ যোৰহাটত আয়োজিত এক বিশাল অনুষ্ঠানত তেওঁক সম্বৰ্ধনা জনায়। চেনেল অংশীদাৰ আৰু কৰ্মচাৰীৰ উপস্থিতিত এটা অনলাইন লটাৰী অনুষ্ঠানৰ জৰিয়তে বিজয়ী নিৰ্বাচন কৰা হৈছিল। আন বাম্পাৰ পুৰষ্কাৰৰ পৰা, ৩ জন ভাগ্যৱান গ্ৰাহকে এটাকৈ এচি (AC) আৰু আন ৩ জন গ্ৰাহকে এটাকৈ ডাবল-ডোৰ ৰেফ্ৰিজেৰেটৰ (Double-door refrigerator) জিকিছিল।উত্তৰ-পূব অঞ্চলত গ্ৰাহকসকলৰ বাবে ডালমিয়া চিমেণ্ট 'ডিএছপি হৰ ঘৰ হেপ্পী অফাৰ' আঁচনি ১৫ ফেব্ৰুৱাৰী, ২০২৩ লৈকে উপলব্ধ। সকলো গ্ৰাহকে প্ৰযোজ্য শ্লেব অনুসৰি ডাফেল বেগ/বেকপেক /চিলিং ফেন/স্মাৰ্ট ঘড়ী) নিশ্চিত উপহাৰ পাব। লটাৰীৰ জৰিয়তে বাছনি কৰা ভাগ্যৱান বিজয়ীসকলে আঁচনিৰ সময়ছোৱাত গাড়ী (মুঠ ৩ খন) বা এচি (মুঠ ১২ টা ) বা ৰেফ্ৰিজেৰেটৰ (মুঠ ১২ টা) জিকিব পাৰে। গ্ৰাহকসকলে কৰ্তৃত্বপ্ৰাপ্ত ডিলাৰৰ পৰা ডালমিয়া ডিএছপি চিমেণ্ট বেগ ক্ৰয় কৰাৰ পিছত তেওঁলোকৰ নিশ্চিত উপহাৰ দাবী কৰিব পাৰে। অফাৰটোৰ বিষয়ে অধিক বিৱৰণৰ বাবে, গ্ৰাহকসকলে www.dalmiadspoffer.com ৱেবছাইট চাব পাৰে ।
No comments:
Post a Comment