কামৰূপ কৃষি বিজ্ঞান কেন্দ্রত কৃষি সামগ্রী ব্যৱসায়ীৰ ১৫ দিনীয়া প্রশিক্ষণৰ সামৰণি: - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 15 February 2023

কামৰূপ কৃষি বিজ্ঞান কেন্দ্রত কৃষি সামগ্রী ব্যৱসায়ীৰ ১৫ দিনীয়া প্রশিক্ষণৰ সামৰণি:

W7s news, গুৱাহাটী :অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট, কামৰূপ কৃষি বিভাগ আৰু কাঁহিকুছিৰ  কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যোগত ১  ফেব্ৰুৱাৰীত আৰম্ভ  হোৱা কৃষি সামগ্রী ব্যৱসায়ীৰ ১৫ দিনীয়া তথা ২৮ জনীয়া প্রশিক্ষণৰ সামৰণি অনুষ্ঠান  ১৫ ফেব্ৰুৱাৰীত সম্পন্ন হয়। মুৰব্বী ড° ধীৰেন কলিতাৰ নেতৃত্বত  অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে আই. চি.এ. আৰৰ গুৱাহাটী আটাৰীৰ  সঞ্চালক ড° কাদিৰ্ভেল গোবিন্দ স্বামী।  কৃষি বিজ্ঞান কেন্দ্রৰ বিশেষজ্ঞ ৰিজৱানুল হেলিমে আঁত ধৰে এই অনুষ্ঠানত কামৰূপ জিলাৰ কৃষি বিভাগৰ জিলা কৃষি বিষয়া  বি. পি দেউৰী,আই. চি.এ. আৰ আটাৰীৰ  প্ৰধান বিজ্ঞানী ড° ৰাজেশ কুমাৰ, কামৰূপ জিলাৰ জেষ্ঠ কৃষি বিষয়া  মুকুল বৰ্মন আৰু  ৰুমী গোস্বামী , কৃষি বিজ্ঞান কেন্দ্রৰ সমূহ বিশেষজ্ঞা উপস্থিত আছিল। অনুষ্ঠানৰ  শলাগৰ শৰাই আগবঢ়াই  মধু স্মিতা ডেকাই । উক্ত অনুষ্ঠানত  প্ৰশিক্ষাৰ্থী সকলক মানপত্র বিতৰণ


কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here