W7s news গুৱাহাটী: এয়াৰটেলে ২০২২ চনৰ অক্টোবৰ ভাৰতৰ ৮খন চহৰত নিজৰ অত্যাধুনিক ৫জি সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল। এই সেৱাসমূহ ২৬ খন ৰাজ্য আৰু ২ খন কেন্দ্ৰীয় শাসিত অঞ্চলত লাইভ কৰা হয়।বেৰহামপুৰ ৰাঞ্চি, জামছেদপুৰ যিবোৰ চহৰত বৰ্তমান সেৱা উপলব্ধ হাৰিয়ানা গুৰুগ্ৰাম, পানীপাট, ফৰিদাবাদ, হিছাৰ, ৰোহটক, আম্বালা, শোণিত, কৰ্ণাল, যমুনানগৰ, বাহাদুৰগড়ঝাৰখণ্ড,কেৰালা,কোচি, ত্ৰিবেন্দ্ৰম, কোঝিকোড়, ত্ৰিছুৰ জয়পুৰ, উদয়পুৰ, কোটা, ৰাজস্থান,গুজৰাট, আহমেদাবাদ, গান্ধীনগৰ, চুৰাট, বদোদৰা, ৰাজকোট চেন্নাই, কইম্বাটুৰ, হোছুৰ, মাদুৰাই, ত্ৰিচি,তামিলনাডু,নতুন দিল্লী,মহাৰাষ্ট্ৰমুম্বাই, পুনে, নাগপুৰ,কৰ্ণাটক,বেংগালুৰু,তেলেংগানা
হায়দৰাবাদ, ৱাৰংগল, কৰিমনগৰ,
অন্ধ্ৰ প্ৰদেশ, বিজাগ, বিজয়াৱাদা, ৰাজহমুন্দ্ৰী, কাকিনাদা, গুন্টুৰ, কুৰ্ণুল, তিৰুপতি,উত্তৰাখণ্ড
ডেৰাডুন,জে এণ্ড কে জম্মু, শ্ৰীনগৰ, সাম্বা, কঠুৱা, উধামপুৰ, আখনূৰ, কুপৱাৰা
মধ্য প্ৰদেশ, ইন্দোৰ, ভোপাল, উজ্জয়িন, গোৱালিয়ৰ
অসমৰ
গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, তিনিচুকীয়া,
ত্ৰিপুৰাৰ
আগৰতলা,
অৰুণাচল প্ৰদেশ
ইটানগৰৰ,
ছত্তীশগড়,
ৰায়পুৰ, দুৰ্গ-ভিলাই
নাগালেণ্ডৰ
কোহিমা, ডিমাপুৰ
মিজোৰামৰ
আইজল,
ছিকিমৰ
গেংটক,
অন্ধ্ৰ প্ৰদেশ,বিজাগ, বিজয়াৱাদা, ৰাজহমুন্দ্ৰী, কাকিনাদা, গুন্টুৰ, কুৰ্ণুল, তিৰুপতি,
উত্তৰাখণ্ড,
ডেৰাডুন,জে এণ্ড কে
জম্মু, শ্ৰীনগৰ, সাম্বা, কঠুৱা, উধামপুৰ, আখনূৰ, কুপৱাৰা
মধ্য প্ৰদেশ,
ইন্দোৰ, ভোপাল, উজ্জয়িন, গোৱালিয়ৰযথা সময়ত এয়াৰটেলে উত্তৰ-পূৰ্বাঞ্চলৰ সমগ্ৰ চহৰসমূহত নিজৰ সেৱা উপলব্ধ কৰি নিজৰ নেটৱৰ্ক বৃদ্ধি কৰিব।
কোম্পানীটোৱে নিজৰ নেটৱৰ্ক গঢ়ি তোলাৰ লগতে সমগ্ৰ দেশতে ৰোল আউট সম্পূৰ্ণ কৰাৰ লগে লগে এয়াৰটেল ৫জি প্লাছ সেৱা পৰ্যায়ক্ৰমে আৰম্ভ হৈছে।
এয়াৰটেল ৫জি প্লাছ উপলব্ধ
যথা সময়ত এয়াৰটেলে উত্তৰ-পূৰ্বাঞ্চলৰ সমগ্ৰ চহৰসমূহত নিজৰ সেৱা উপলব্ধ কৰি নিজৰ নেটৱৰ্ক বৃদ্ধি কৰিব। এয়াৰটেল ৫জি প্লাছৰ সুবিধা অনুসৰি
নিয়মীয়া ৫জি সংযোগৰ তুলনাত এয়াৰটেল ৫জি প্লাছৰ বহু সুবিধা টেগ কৰা হৈছে। এয়াৰটেল ৫জি প্লাছৰ সুবিধা নিয়মীয়া ৫জি সংযোগৰ
তুলনাত এয়াৰটেল ৫জি প্লাছৰ বহু সুবিধা টেগ কৰা হৈছে।
No comments:
Post a Comment