৯০ দিনীয়া এই উপহাৰ আঁচনি ১ জানুৱাৰীৰ পৰা ৩১ মাৰ্চ, ২০২৩ পৰ্যন্ত চলিব
৭৫টা বেগ ক্ৰয়ৰ ওপৰত নিশ্চিত উপহাৰ, 2-Wheeler, এচি (AC) আৰু বহুত উপহাৰ লাভ কৰাৰ সুযোগ।
W7s news,,গুৱাহাটী,: উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ চিমেণ্ট ব্ৰেণ্ড ,টপচেম চিমেণ্টে তেওঁলোকৰ শ্ৰেষ্ঠ আৰু প্ৰিমিয়াম প্ৰডাক্ট টপচেম এছডিচি চিমেণ্ট (Topcem SDC Cement) ক্ৰয় কৰা গ্ৰাহকৰ বাবে এক অতি আকৰ্ষণীয় উপহাৰ আঁচনি-টপচেম এছডিচি ধামাল অফাৰ (“TOPCEM SDC DHAMAAL OFFER”) আৰম্ভ কৰিছে।কোম্পানীটোৱে তিনি মাহ যোৰা দীঘলীয়া অফাৰ ২০২৩ চনৰ ১জানুৱাৰীৰ পৰা ২০২৩ চনৰ ৩১ মাৰ্চলৈকে উপলব্ধ হব।। টপচেম এছডিচি (TOPCEM SDC )চিমেণ্ট ৭৫ টা বেগ (৫০ কিলোগ্ৰাম) ক্ৰয় কৰিলে নিশ্চিত উপহাৰ লাভৰ উপৰিও মটৰ চাইকেল , মিক্সাৰ গ্ৰাইণ্ডাৰ জিকিবলৈ লাকী ড্ৰত গ্ৰাহক সকলে অংশ লব পাৰিব।টপচেম এছডিচি ধামাল অফাৰ(TOPCEM SDC DHAMAAL OFFER) ৰ অধীনত অনুমোদিত বিক্ৰেটাৰ পৰা টপচেম এছডিচি চিমেণ্ট (Topcem SDC Cement) ৰ বেগ ক্ৰয় কৰা গ্ৰাহকে এই অফাৰ আৰু উপহাৰ লাভ কৰিব। ৭৫ ৰ পৰা ২০০ বেগ ক্ৰয় কৰিলে ইলেক্ট্ৰিক কেটলি ২০১ ৰ পৰা ৩৫০ বেগ ক্ৰয় কৰিলে ব্লুটুথ হেডছেট , আৰু ৩৫১ ৰ পৰা ৫০০ বেগ ক্ৰয় কৰিলে ট্ৰলী বেগৰ দৰে নিশ্চিত উপহাৰ লাভ কৰিব। এই আকৰ্ষণীয় অফাৰৰ লগতে গ্ৰাহকে অফাৰৰ সময়সীমাৰ শেষত লাকী ড্ৰ’ৰ জৰিয়তে মিক্সাৰ গ্ৰাইণ্ডাৰ, এয়াৰ কণ্ডিচনাৰ আৰু দুচকীয়া বাহন জিকাৰ সুযোগো লাভ কৰিব।টপচেম এছডিচি ধামাল অফাৰ(TOPCEM SDC DHAMAAL OFFER) ৰ বিষয়ে মেঘালয় চিমেণ্ট লিমিটেডৰ সভাপতি – বিক্ৰী আৰু বিপণন ,ড° অনিল কাপুৰে কয়, “আমাৰ গ্ৰাহকে হৈছে আমাৰ শক্তি আৰু মূল আগুৱাই নিছে ।এই ছিজনত এই অফাৰ আমি সমৰ্পিত কৰিছো যি সকল লোকে আমাৰ ব্ৰেণ্ডৰ প্ৰতি আস্থা দেখুৱাইছে আহিছে’’।টপচেম চিমেণ্ট হৈছে উত্তৰ পূব ভাৰতৰ এক অগ্ৰণী আৰু যথেষ্ট বজাৰ উপস্থিতি থকা ব্ৰেণ্ড । কোম্পানীটোৱে কেইবাখনো আঁচনি আৰু অফাৰৰ জৰিয়তে গ্ৰাহকক তেওঁলোকৰ ব্যৱসায়িক কাৰ্য্যকলাপৰ কেন্দ্ৰবিন্দুত ৰাখিছে।
No comments:
Post a Comment