২৪ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিব অপেক্ষিত অসমীয়া চিনেমা ব্লেক এন্ড হ্যোৱাইট।* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 6 January 2023

২৪ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিব অপেক্ষিত অসমীয়া চিনেমা ব্লেক এন্ড হ্যোৱাইট।*


 

W7s news,, গুৱাহাটী: ২৪ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিব অপেক্ষিত অসমীয়া চিনেমা ব্লেক এন্ড হ্যোৱাইট। চিনেমাখনত অভিনয় কৰিছে ৰবি শৰ্মা, চিন্ময় কটকী, স্বাগতা ভৰালী, অতনু মহন্ত, ডৰথী ভৰড্বাজ, হিমাংশু গগৈ, সিদ্ধাৰ্থ মুখাৰ্জীকে আদি কৰি ভালেমান আগশাৰীৰ অভিনেতাই।বৃহস্পতি বাৰে  একেখন চিনেমাৰে তিনিটাকৈ গানৰ অʼডিঅ মুকলি কৰা হয়। গান তিনিওটা গান ক্ৰমে 


১."কবিৰাজ", ক্ণ্ঠ: গীতাঞ্জলি দাস, সংগীত পল্লৱ তালুকদাৰ, আৰু কথা পাপলু চেতিয়াৰ।

২. "কʼলা বগা" কণ্ঠ আৰু কথা মিনিমি, সংগীত এচ টু হাৰ্ড।

৩. "বাট নে অবাট" কণ্ঠ আৰু কথা জুতিমালা বুঢ়াগোঁহাই আৰু সংগীত অনুপড় কোঁৱৰৰ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here