'বাকলি' শীৰ্ষক গীত মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 5 December 2022

'বাকলি' শীৰ্ষক গীত মুকলি




W7s news গুৱাহাটী : কে কে এন্টাৰটেনমেন ৰ বেনাৰত দেওবাৰে মুক্তি লাভ কৰা 'বাকলি' শীৰ্ষক এটা গীত গুৱাহাটী ত অনুষ্ঠিত এক অনুষ্ঠানত মুকলি কৰা হয়।গীতটোত কণ্ঠদান কৰিছে উদিযমান গায়ক কুশল কাশ্যপে। গীতটোৰ কথা কুশল কাশ্যপ আৰু শোণিত গগৈৰ। বিহুসুৰীয়া গীতটি সুৰ কৰিছে তৰুণ তন্ময়, তপন হাজৰিকা, আৰু কুশল কাশ্যপে। সংগীত ব্যৱস্থাপনা অনুপম বি জিৰ, শব্দ-সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে দিগন্ত দাসৰ ভিদিঅ' পৰিচালনাত গীতটোত অভিনয় কৰিছে ক্ৰমে জয়ন্ত দাস, মাধুৰীমা চৌধুৰী, দিগাংগনা বৰা, ৰাজু ৰাভা আৰু কুশল কাশ্যপে। দৃশ্য গ্ৰহণ কৰিছে বিপুল মিৰ্জা, ৰূপসজ্জা ৰাজু ৰাভা। সম্পাদনা কৰিছে বিতুল কোৱঁৰে,গ্ৰাফিস্ক সুভাষ দাসৰ। উল্লেখ্য, তেওঁৰ সদ্য মুক্ত প্ৰাপ্ত 'চকুৰে চাৱনি' গীতটো ইতিমধ্যে অসমৰ শ্ৰোতা দৰ্শকে আদৰি লৈছে। গীতটোৰ কথা, সুৰ কুশল কাশ্যপৰ। ৰাইজৰ বিপুল সমাদৰ পোৱা "মিঠা দৈ" গীতটোৰ জৰিয়তে অসমত পত:ভূমিখন ধৰি ৰাখাৰ চেষ্টা কৰিছে কুশল কাশ্যপে । গীতটোৰ কথা, সুৰ আৰু কন্ঠদান কুশল কাশ্যপৰ, জনপ্ৰিয় সংগীত পৰিচালনা কুকিল সিংহৰ সংগীত ব্যৱস্থাপনাত গীতটি ২০২১ চনত মুক্তি লাভ কৰিছিল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here