অসমৰ শিল্পী পশ্চিম বংগত সমাদৃত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 6 December 2022

অসমৰ শিল্পী পশ্চিম বংগত সমাদৃত


W7s news গুৱাহাটী: পশ্চিম বংগৰ "সুৰনন্দন ভাৰতী"য়ে প্ৰতিবছৰে বিভিন্ন বটাৰ বাবে বিভিন্ন জনক বটা মনোনীত কৰে । এইবছৰ"নন্দন সৰস্বতী" বটাৰ বাবে গুৱাহাটীস্হ সদিলাপুৰৰ "বীণাপানি কলাক্ষেত্ৰ"ৰ অধ্যক্ষ চন্দন নাৰায়ণ দেৱক মনোনীত কৰা হয়  কলিকতাৰ "জ্ঞানমঞ্চত ৪ ডিচেম্বৰত আয়োজিত "সুৰনন্দন ভাৰতীৰ ২৯ তম  অধিবেশনত খনিত বিশিষ্ট কবি,চিত্ৰকাৰ তথা যশস্বী বাউল শিল্পী পপিয়া ঘোষালে দেৱক এই বঁটা


  প্ৰদান কৰে। উক্ত অধিবেশন খনিত অসমৰ সংগীত জগতৰ বিশিষ্ট গায়ক কুমাৰ ধীৰাজৰ বিহুগীত আৰু স্নেহা বৰ্মনৰ সত্ৰীয়া নৃত্যই উপস্হিত দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয় ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here