চাব জুনিয়ৰ ৰাষ্ট্রীয় কাৰাটে প্ৰতিযোগিতাৰ পদক বিজয়ী খেলুৱৈক উত্তৰ জালুকবাৰীত ৰাজহুৱা সম্বৰ্ধনা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 6 December 2022

চাব জুনিয়ৰ ৰাষ্ট্রীয় কাৰাটে প্ৰতিযোগিতাৰ পদক বিজয়ী খেলুৱৈক উত্তৰ জালুকবাৰীত ৰাজহুৱা সম্বৰ্ধনা

 

Was news  গুৱাহাটী  :  নতুন দিল্লীৰ টালকাটোৰা ইনডৰ  ষ্টেডিয়ামত যোৱা ৩ আৰু ৪  ডিচেম্বৰত অনুস্থিত হৈ যোৱা ৰাষ্ট্ৰীয়  ছাব-জুনিয়ৰ কাৰাটে চেম্পিয়নশ্বীপত ভাগ লৈ পদক লাভেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে  উত্তৰ জালুকবাৰীৰ  কাটিয়া দলঙৰ চাৰিগৰাকী কণ কণ খেলুৱৈয়ে  । প্ৰতিযোগিতাত ভিন্ন শিতানত সোণৰ পদক লাভ কৰে জিন্নাহ মোস্তাফা আৰু  জেৰিফা খাতুনে ।  ৰূপৰ পদক লাভ কৰে চাহিল হকে  আৰু ব্ৰঞ্জৰ পদক লাভ কৰে নিছাত  আনজুমে। ইয়াৰে তিনিগৰাকী খেলূৱৈক  উত্তৰ জালুকবাৰীৰ  ৰাইজে আজি  গামোচা আৰু জাপিৰে ৰাজহুৱাভাবে সম্বৰ্ধনা জনায়। লগতে অনাগত সময়লৈ শুভেচ্ছা জ্ঞাপন কৰে । উল্লেখযোগ্য যে খেলুৱৈ কেইগৰাকীয়ে প্ৰশিক্ষক মোবাৰক আলীৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল । আনহাতে নতুন  দিল্লীত অনুস্থিত  প্ৰতিযোগিতাখনত অসমৰ  মুঠ ৭৪ গৰাকী খেলুৱৈয়ে  অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰে মুঠ ২৬ গৰাকী খেলুৱৈয়ে  বিভিন্ন পদক লাভ কৰিবলৈ সক্ষম হৈছে।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here