'ফিউজন-VII' (প্ৰকৃতিৰ কেনভাছ) শীৰ্ষক চিত্ৰপ্ৰদৰ্শনী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 7 November 2022

'ফিউজন-VII' (প্ৰকৃতিৰ কেনভাছ) শীৰ্ষক চিত্ৰপ্ৰদৰ্শনী




W7s news গুৱাহাটী:গুৱা


হাটীৰ ৰাজ্যিক কলা বিথীকাত সোমবাৰৰ পৰা আৰম্ভ হৈছে দীপাংকৰ বৰুৱাৰ 'ফিউজন-VII' (প্ৰকৃতিৰ কেনভাছ) শীৰ্ষক একক আলোক চিত্ৰপ্ৰদৰ্শনী। আলোকচিত্ৰ প্ৰদৰ্শনীখন মুকলি কৰি বিশিষ্ট  ভাস্কৰ বীৰেন সিংহই দীপাংকৰ বৰুৱাৰ প্ৰসংশা কৰে। চিত্ৰশিল্পী মনোজ ৰয়ে আঁতধৰা অনুষ্ঠানত বহু সংখ্যক লোক উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here