W7s news ষ্টাফৰিপোৰ্টাৰ:অসমৰ গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰ প্রচাৰত ব্ৰতী স্বেচ্ছাসেৱী অনুষ্ঠান ৰুৰেল ৱেলফেয়াৰ ছ'চাইটি।বিশেষকৈ গ্ৰামঞ্চলত শিক্ষা,স্বাস্থ্য , কৃষি আৰু থলুৱা শিল্পত গুৰুত্ব অনুষ্ঠানটোৰ। ছাবিনা সৰকাৰৰ নেতৃত্বত বিগত ২০ টা বছৰে নীৰৱে কৰি গৈছে ছচাইটিটোৱে। সমাজৰ পিছপৰা অঞ্চলৰ দুখীয়া লৰা-ছোৱালীক শিক্ষা প্ৰদানৰ লগতে পুৰুষ-মহিলা উভয়কে স্বাৱলম্বী কৰাৰ প্ৰয়াস কৰি আহিছে। থলুৱা উৎপাদিত সামগ্ৰীৰে বিভিন্ন ধৰণৰ বয়-বস্তু প্ৰস্তুত কৰি আহিছে। প্ৰায় ৩০০ থলুৱা শিল্পীৰ উৎপাদিত সামগ্ৰীক বজাৰ দিয়াৰ প্ৰয়াস কৰিছে ছচাইটিটোৱে।
No comments:
Post a Comment