পিৰামল স্বাস্থ্য ফাউণ্ডেচনৰ উদ্যোগত বিশ্ব মধুমেহ দিৱস উপলক্ষে সজাগতা ৰেলী, সজাগতা সভা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 16 November 2022

পিৰামল স্বাস্থ্য ফাউণ্ডেচনৰ উদ্যোগত বিশ্ব মধুমেহ দিৱস উপলক্ষে সজাগতা ৰেলী, সজাগতা সভা

 



'W7s news গুৱাহাটী: পিৰামল স্বাস্থ্য ফাউণ্ডেচনৰ ₹১০৪ বিশেষ সেৱা)উদ্যোগত আৰু ৱ'ল্ড  ডায়েবেটিক ফাউণ্ডেচনৰ সহযোগত  বিশ্ব মধুমেহ দিৱস উপলক্ষে সোমবাৰে গুৱাহাটীৰ বামুণীমৈদামস্থিত পিৰামল স্বাস্থ্যৰ কাৰ্যালয়ৰ  পৰা এক সজাগতা ৰেলী চানমাৰিলৈ  উলিওৱা হয়। এই সজাগতা ৰেলীৰ ফ্লেগ অফ কৰে স্বৰ্ণ কন্যা নয়নমণি শইকীয়া আৰু সাঁতোৰবিদ এলভিছ আলি হাজৰিকাই। এইবাৰৰ বিশ্ব মধুমেহ দিৱসৰ মূল বিষয় আছিল 'কাইলৈ সুৰক্ষা দিবলৈ শিক্ষা'। এই ৰেলীত অৰ্ধশতাধিক লোকে অংশগ্ৰহণ কৰি মধুমেহ ৰোগ সম্পৰ্কে ৰাইজক সজাগ হ'বলৈ আহ্বান জনায়। এই উপলক্ষে কাৰ্যালয় প্ৰাংগণত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত বিশিষ্ট চিকিৎসক ডাঃ হিতেশ বৰুৱা,সোণৰ পদক বিজয়ী সাতোৰবিদ (পেৰালিম্পীক) শ্বাহানা বেগমে অংশগ্ৰহণ কৰে। এই উপলক্ষে ব্লাড চুগাৰ পৰীক্ষা কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here