ফটাশিল আমবাৰীৰ হৰিজন কলনীৰ আৱাসীসকলৰ সৈতে দিপাৱলী উদ্ যাপন মুখ্যমন্ত্ৰীৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 24 October 2022

ফটাশিল আমবাৰীৰ হৰিজন কলনীৰ আৱাসীসকলৰ সৈতে দিপাৱলী উদ্ যাপন মুখ্যমন্ত্ৰীৰ

 


 


W7s news গুৱাহাটী: পৱিত্ৰ দীপাৱলীৰ ভক্তিমধুৰ ক্ষণত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ  ফটাশিল আমবাৰীৰ হৰিজন কলনীৰ আৱাসীসকলৰ সৈতে কিছু সুন্দৰ সময় অতিবাহিত কৰে। মুখ্যমন্ত্ৰীয়ে কলনীৰ আৱাসীসকলৰ মাজত মিঠাই আৰু কাপোৰ বিতৰণ কৰি দীপাৱলীৰ শুভেচ্ছা জনায়। লগতে ফটাশিল আমবাৰীত সাই বাবাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। মুখ্যমন্ত্ৰী ড০ শর্মাই পুত্ৰ নন্দিলৰ সৈতে শীতলা মন্দিৰ, সাই বাবা মন্দিৰ, মনসা মন্দিৰ, গুৰুদ্বাৰা আৰু নামঘৰত উপস্থিত হৈ ৰাজ্যবাসীৰ মংগলৰ লগতে সুখ-শান্তি আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনায়। মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী অশোক সিংহল উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here