বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ দেহাৱসান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 22 October 2022

বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ দেহাৱসান

 



W7s news গুৱাহাটী:শ্ৰীমন্ত শংকৰদেৱ বঁটাপ্ৰাপক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ একান্ত অনুগামী বৰপেটা সত্ৰৰ  বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাই শনিবাৰে বিয়লি ৪ বাজি ৫৬ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত  বৈকুণ্ঠগামী হয়। ১৯৩৮ চনৰ ১ এপ্ৰিলত বৰপেটাৰ সুন্দৰীদিয়া সত্ৰত জন্ম গ্ৰহণ কৰা দেৱশর্মাৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৪ বছৰ। তেওঁৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভিন্ন দল সংগঠনে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here