এ পি এছ চিৰ পৰীক্ষাত এছ পি এম আই এ এছ একাডেমীৰ শিক্ষাৰ্থীৰ সাফল্য - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Saturday, 22 October 2022

demo-image

এ পি এছ চিৰ পৰীক্ষাত এছ পি এম আই এ এছ একাডেমীৰ শিক্ষাৰ্থীৰ সাফল্য

Responsive Ads Here




কৃতি শিক্ষাৰ্থীক সমৰ্দ্ধনা





W7s news গুৱাহাটী: এ পি এছ চিৰ পৰীক্ষাত গুৱাহাটীৰ এছ পি এম আই এ এছ একাডেমীৰ  শিক্ষাৰ্থীয়ে সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। সদ্য ঘোষিত অসম লোক সেৱা আয়োগৰ পৰীক্ষাত ২০২০ত  একাডেমীখনৰ ১৭৭ জন শিক্ষাৰ্থীয়ে  সফলতাৰে উত্তীৰ্ণ হৈছে। শনিবাৰে একাডেমিত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে একাডেমিখনৰ সঞ্চালক, এডুকেটৰ সত্যজিত কুমাৰে। তেওঁ লগতে কয়-আমি অতিকৈ আনন্দিত। এই সফলতাই আমাৰ একাডেমীক গৌৰৱাম্বিত কৰিব।' সংবাদ মেলত একাডেমীৰ আন দুজন সঞ্চালক চিন্ময় বৰদলৈ, বিবেক খেটাৱত,এ চি এছ ৫ নম্বৰ স্থান প্ৰাপ্ত চোহেল য়াচিৰ, এ চি এছ ৭ নং স্থান প্ৰাপ্ত উদেষ্ণা শৰ্মা প্ৰমুখ্যে কৃতি শিক্ষাৰ্থী সকল উপস্থিত থাকে। তেওঁলোকক একাডেমীৰ তৰফৰ পৰা সমৰ্দ্ধনা জনোৱা হয়।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *