বৰঝাৰ বিমানকোঠত বন্যপ্ৰাণী সপ্তাহ পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 13 October 2022

বৰঝাৰ বিমানকোঠত বন্যপ্ৰাণী সপ্তাহ পালন

 



W7s news গুৱাহাটী : ৰাজ্যৰ আন প্ৰান্তৰ লগতে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত  ৭ অক্টোবৰৰ  পৰা পালন কৰা বন্যপ্ৰাণী সপ্তাহৰ বৃহস্পতিবাৰে সামৰণি পৰে । আনহাতে  বন্যপ্ৰাণী সপ্তাহ উপলক্ষে  বিমানকোঠত অসমৰ ভূগোল মেপখন প্ৰদৰ্শন কৰা হয়। মেপত অসমৰ বিভিন্ন প্ৰান্তত থকা ৰাষ্ট্ৰীয় উদ্যান,  বন্যপ্ৰাণী অভয়াৰণ্য, সংৰক্ষিত বনাঞ্চল,  জৈৱ বৈচিত্ৰ্যত চহকী গুৰুত্বপূৰ্ণ স্থানসমূহ  স্পষ্টকৈ চিহ্নিত কৰি সেই সন্দৰ্ভত  যাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস  কৰা হয়। তাৰোঁপৰি ৰাষ্ট্ৰীয় উদ্যান বা  বনাঞ্চলত পোৱা বিভিন্ন চিত্ৰসমূহো প্ৰদৰ্শন কৰা হয়। ডব্লিউ ডব্লিউ এফৰ সৌজন্যত বৰঝাৰ বিমানকোঠত  এই কাৰ্যসূচী  অনুষ্ঠিত  কৰা হৈছে বুলি  বিমানকোঠৰ  মুখপাত্ৰই জানিবলৈ দিছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here