W7s news গুৱাহাটী :- দেশৰ আন ৰাজ্যৰ লগতে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত আজি ৰাষ্ট্ৰীয় ডাক দিৱস পালন কৰা হয়। দিৱসৰ লগত সংগতি ৰাখি যাত্ৰীসকলক একোখনকৈ ষ্টাম্প , লগোৱা লেফাফা দিয়া হয় য'ত যাত্ৰী সকলে নিজৰ সম্পৰ্কীয় লোকসকলৈ চিঠি লিখে। চিঠিসমূহ ডাক বিভাগৰ স্থানীয় কাৰ্যালয়ৰ জৰিয়তে নিৰ্দিষ্ট স্থানলৈ প্ৰেৰণ কৰা হব বুলি বৰঝাৰ বিমানকোঠৰ মুখপাত্ৰই জানিবলৈ দিছে । উল্লেখযোগ্য যে মবাইল ফোন , ইণ্টাৰনেট আৰু ডিজিটেল যুগত সম্প্ৰতি ডাক যোগে চিঠি প্ৰেৰণ কৰা পদ্ধতি সম্প্ৰতি পাহৰণিৰ গৰ্ভলৈ গতি কৰিছে । তেনে সময়ত নতুন প্ৰজন্মক কিছু বছৰ আগলৈকে প্ৰশাসন , সমাজ জীৱনৰ অভিন্ন অংগ স্বৰূপ ডাক যোগে চিঠি প্ৰেৰণ কৰা পদ্ধতিটো পুনৰ দাঙি ধৰা বাবে সচেতন যাত্ৰী সকলে বিমানকোঠ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছে ।
Post Top Ad
Responsive Ads Here
Monday 10 October 2022

বৰঝাৰ বিমানবন্দৰত ৰাষ্ট্ৰীয় ডাক দিৱস উদযাপন
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment